আৰ বি আইয়ে ৪ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বা - আৰবিআই - Reserve Bank of India
78480664
প্ৰকাশ কৰা তাৰিখ এপ্ৰিল 18, 2017
আৰ বি আইয়ে ৪ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে
১৮ এপ্ৰিল,২০১৭ আৰ বি আইয়ে ৪ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই), ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি নিম্নোল্লেখিত চাৰিটা অনা-বেংকিং বিত্তীয় কোম্পানীৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰবোৰ বাতিল কৰিছে।
এতেকে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা (ক)ৰ অন্তৰ্গত ধাৰ্য বিধি মতে এই কোম্পানীকেইটাই অনা-বেংকিং বিত্তীয় কোম্পানীৰ ব্যৱসায়িক লেন-দেন কৰিব নোৱাৰে। শ্বেতা মহিলে প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৮১৭ |
प्ले हो रहा है
শুনি আছে
এই পৃষ্ঠাটো সহায়ক আছিল নে?