ৰাজহুৱা খণ্ডৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসম - আৰবিআই - Reserve Bank of India
78492450
প্ৰকাশ কৰা তাৰিখ মাৰ্চ 14, 2017
ৰাজহুৱা খণ্ডৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বাবে দ্বিভাষিক/হিন্দী হাউছ মেগাজিন প্ৰতিযোগিতা
২০১৫-১৬ - ফলাফল
১৪ মাৰ্চ, ২০১৭ ৰাজহুৱা খণ্ডৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বাবে দ্বিভাষিক/হিন্দী হাউছ মেগাজিন প্ৰতিযোগিতা বেংকৰ প্ৰকাশনবোৰত হিন্দীক উত্সাহিত কৰাৰ উদ্দেশ্যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতি বছৰে ৰাজহুৱা খণ্ডৰ বেংকবোৰ আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰৰ বাবে দ্বিভাষিক/হিন্দী হাউছ মেগাজিন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আৰ বি আয়ে result of the competition for the year 2015-16 প্ৰকাশ কৰিছে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪৩৫ |
प्ले हो रहा है
শুনি আছে
এই পৃষ্ঠাটো সহায়ক আছিল নে?