মহাৰাষ্ষ্ট্ৰৰ খামগাওঁ (বুলধানা )ৰ “জনতা কমাৰ - আৰবিআই - Reserve Bank of India
78479582
প্ৰকাশ কৰা তাৰিখ
আগষ্ট 28, 2015
মহাৰাষ্ষ্ট্ৰৰ খামগাওঁ (বুলধানা )ৰ “জনতা কমাৰ্চিয়েল কো-অপাৰেটিভ বেংক লিমিটেডৰ ওপৰত জাৰি কৰা ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা প্ৰত্যাহাৰ”
২৮ আগষ্ট,২০১৫ মহাৰাষ্ষ্ট্ৰৰ খামগাওঁ (বুলধানা )ৰ “জনতা কমাৰ্চিয়েল কো-অপাৰেটিভ ১২ চেপ্তেম্বৰ, ২০১২ তৰিখে মহাৰাষ্ষ্ট্ৰৰ খামগাওঁ (বুলধানা )ৰ “জনতা কমাৰ্চিয়েল কো-অপাৰেটিভ বেংক লিমিটেড”ৰ ওপৰত জাৰি কৰা সকলো আভ্যন্তৰীণ নিৰ্দেশনা ৰিজাৰ্ভ বেংকে ২৬ আগষ্ট,২০১৫ ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰিছে। বেংকিঙ ৰেগুলেশ্ৱন আইন ১৯৪৯ ৰ(যিখন সমবায় সমিতি সমূহৰ বাবে প্ৰযোজ্য)৩৫(ক্) অনুচ্ছেদৰ (২) নং উপ অনুচ্ছেদ অনুসৰি ৰিজাৰ্ভ বেংকৰ ওপৰত ন্যস্ত সকলো ক্ষমতা খটুৱাইহে এই প্ৰত্যাহাৰকৰণ কাৰ্যকৰী কৰা হৈছে। এই আদেশৰ এটা প্ৰতিলিপি বেংক চৌহদত ৰাইজৰ গ্যাতাৰ্থে প্ৰদৰ্শিত কৰা হৈছে। ইয়াৰপিচতবেংকে ব্যৱসায়-কৰ্ম (কামকাজ) নিৰ্দিষ্ট ৰুপত চলাই থাকিব। সংগীতা দাস প্ৰেছ বিগ্গপ্তি: ২০১৫-১৬ / ৫৩৪ |
प्ले हो रहा है
শুনি আছে
এই পৃষ্ঠাটো সহায়ক আছিল নে?