প্ৰেছ ৰিলিজ - আৰবিআই - Reserve Bank of India
প্ৰেছ ৰিলিজ
এপ্ৰিল 06, 2017
বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি
ভাৰতীয় ৰিজাৰ্ভ বেংক
ভাৰতীয় ৰিজাৰ্ভ বেংক
৬ এপ্ৰিল, ২০১৭ বিকাশাত্মক আৰু নিয়ামক নীতি সম্পৰ্কীয় বিবৃতি ভাৰতীয় ৰিজাৰ্ভ বেংক এই বিবৃতিয়ে, ৰিজাৰ্ভ বেংকে সাম্প্ৰতিক নীতি বিবৃতিবোৰত ঘোষণা কৰা বিভিন্ন বিকাশাত্মক আৰু নিয়ামক ব্যৱস্থাবোৰৰ পৰ্যালোচনা কৰে আৰু চলনিধি ব্যৱস্থাপনা পৰিগাঠনিটোৰ অধিক শোধন; বেংকিং বিনিয়ম আৰু তদাৰকতা শক্তিশালী কৰা; বিত্তীয় বজাৰবোৰৰ পৰিসৰ তথা গভীৰতা বঢ়োৱা; আৰু প্ৰদান তথা বন্দোবস্তি প্ৰণালীটোৰ কাৰ্যকাৰিতা বঢ়াই বিত্তীয় সেৱাসমূহৰ প্ৰাপ্তি সাধ্যতা সম্প্ৰসাৰিত কৰাৰ বাবে নতুন ব্যৱস্থাৱলীৰ বিন্যাস ঘট

এপ্ৰিল 05, 2017
আৰ বি আয়ে শ্ৰীমতী মালবিকা সিনহাক নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিছে
৫ এপ্ৰিল, ২০১৭ আৰ বি আয়ে শ্ৰীমতী মালবিকা সিনহাক নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, শ্ৰী বি পি কানুনগোক ৩ এপ্ৰিল, ২০১৭ত ডেপুটী গৱৰ্ণৰ হিচাপে নিযুক্তিৰ অনুৱৰ্তী হিচাপে শ্ৰীমতী মালবিকা সিনহাক কাৰ্যবাহী সঞ্চালক (ই ডি) নিযুক্ত কৰিছে। শ্ৰীমতী মালবিকা সিনহাই ৩ এপ্ৰিল, ২০১৭ত কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যবাহী সঞ্চালক হিচাপে শ্ৰীমতী সিনহাই বিদেশী বিনিময় মুদ্ৰা বিভাগ, চৰকাৰ তথা বেংক একাউণ্ট বিভাগৰ লগতে আভ্যন্তৰীণ কৰ্জা বিভাগ চোৱাচিতা কৰিব। শ্ৰীমতী মাল

এপ্ৰিল 03, 2017
আৰ বি আয়ে দ্য মাৰ্কেণ্টাইল আৰবান কো-অপাৰেটিভ বেংক লিমিটেড,
মীৰাট, উত্তৰ প্ৰদেশৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে

৩ এপ্ৰিল, ২০১৭ আৰ বি আয়ে দ্য মাৰ্কেণ্টাইল আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মীৰাট, উত্তৰ প্ৰদেশৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে ইয়াৰ দ্বাৰা সৰ্বসাধাৰণ ৰাইজৰ জ্ঞাতাৰ্থে অধিসূচিত কৰা হল যে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে দিনাংক ৩০ মাৰ্চ,২০১৭ আদেশযোগে, বেংকিং বিনিয়ম আইন,১৯৪৯ৰ (সমবায় সমিতিৰ প্ৰযোজ্য মতে) ধাৰা ৫৬ সমন্বিতে পঠিত বি আৰ আইন,১৯৪৯ৰ ধাৰা ২২ৰ অন্তৰ্গত, বেংকিং ব্যৱসায় চলোৱাৰ বাবে দ্য মাৰ্কেণ্টাইল আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মীৰাট, উত্তৰ প্ৰদেশক মঞ্জুৰ কৰা অনুজ্ঞাপত্ৰ ব

আৰ বি আয়ে গোকুল কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, ছেকেণ্ডৰাবাদক
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
৩ এপ্ৰিল, ২০১৭ আৰ বি আয়ে গোকুল কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, ছেকেণ্ডৰাবাদক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫কৰ (সমবায় সমিতিত প্ৰযোজ্য মতে) অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি এই মৰ্মে নিৰ্দেশ দিয়ে যে গোকুল কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, ছেকেণ্ডৰাবাদক জাৰি কৰা নিৰ্দেশনাটো ৪ এপ্ৰিল, ২০১৭ৰ ব্যৱসায় সামৰণিৰ পৰা ৩০ জুন,২০১৭ পৰ্যন্ত অধিকতৰ অবধিৰ বাবে, পুনৰীক্ষণ সাপেক্ষে প্ৰযোজ্য হৈ থাকিব। প্ৰসঙ্গাধীন নিৰ্দেশনাট

প্ৰথম দ্বিমাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণ, ২০১৭-১৮
৬ এপ্ৰিল, ২০১৭ৰ ২.৩০ বজাত
৬ এপ্ৰিল, ২০১৭ৰ ২.৩০ বজাত
৩ এপ্ৰিল, ২০১৭ প্ৰথম দ্বিমাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণ, ২০১৭-১৮ ৬ এপ্ৰিল, ২০১৭ৰ ২.৩০ বজাত ২০১৭-১৮ বৰ্ষৰ বাবে প্ৰথম দ্বিমাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণৰ কাৰণে ৫ এপ্ৰিল আৰু ৬ এপ্ৰিল,২০১৭ত মৌদ্ৰিক নীতি সমিতি (এম পি চি) মিলিত হব। ৬ এপ্ৰিল,২০১৭ৰ ২.৩০ বজাত এম পি চিৰ প্ৰস্তাৱটো ৱেবছাইটত প্লেচ কৰা হব। জোস জে. কট্টুৰ মুখ্য মহা প্ৰৱন্ধক প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৬৫০

শ্ৰী বি পি. কানুনগো আৰ বি আই ডেপুটী গৱৰ্ণৰ হিচাপে নিযুক্ত
৩ এপ্ৰিল, ২০১৭ শ্ৰী বি পি. কানুনগো আৰ বি আই ডেপুটী গৱৰ্ণৰ হিচাপে নিযুক্ত শ্ৰী বি.পি. কানুনগোৱে আজি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ভাৰত চৰকাৰে ১১ মাৰ্চ,২০১৭ত ৩ এপ্ৰিল,২০১৭ত বা পাছত যিটোৱে আগত হয় পদবীত তেওঁৰ কাৰ্যভাৰ গ্ৰহণৰ তাৰিখৰ পৰা তিনি বছৰীয়া অবধিৰ বাবে তেওঁক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ হিচাপে নিযুক্তি দিছিল। ডেপুটী গৱৰ্ণৰৰ পদলৈ পদোন্নতি হোৱাৰ আগতে শ্ৰীকানুনগো ৰিজাৰ্ভ বেংকৰ কাৰ্যকৰী সঞ্চালক আছিল। ডেপুটী গৱৰ্ণৰ হিচাপে শ্ৰীকানুনগ

ডি জি প’ৰ্টফলিঅ’
৩ এপ্ৰিল, ২০১৭ ডি জি প’ৰ্টফলিঅ’ ৩ এপ্ৰিল, ২০১৭ ত কাৰ্যকৰী হোৱা, ডেপুটী গৱৰ্ণৰসকলৰ মাজত বিভাগসমূহৰ বিতৰণ নিম্নোক্তধৰণৰ- ক্ৰমিক নং নাম বিভাগসমূহ ১ শ্ৰী এছ এছ মুন্দ্ৰা ১. সমন্বয় ২. কেন্দ্ৰীয় সুৰক্ষা কোষ (চি এছ চি) ৩. গ্ৰাহক শিক্ষা আৰু সুৰক্ষা বিভাগ (চি ই পি ডি) ৪. বেংকিং তদাৰক বিভাগ (ডি বি এছ) ৫. সমবায় বেংকিং তদাৰকতা বিভাগ (ডি চি বি এছ) ৬. অনা-বেংকিং তদাৰকতা বিভাগ (ডি এন বি এছ) ৭. বিত্তীয় অন্তৰ্ভুক্তি আৰু উন্নয়ন বিভাগ (এফ আই ডি ডি) ৮. মানৱ সম্পদ উন্নয়ন বিভাগ (এইছ আৰ

মাৰ্চ 31, 2017
আৰ বি আয়ে দ্য কাপোল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক নিৰ্দেশনা জাৰি কৰিছে
৩১ মাৰ্চ, ২০১৭ আৰ বি আয়ে দ্য কাপোল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, (নিৰ্দেশ ডি চি বি এছ.চি অ.বি এছ ডি-১/দি-০৯/১২.২২.১১১/২০১৬-১৭ দিনাংক ৩০ মাৰ্চ, ২০১৭ যোগে) দ্য কাপোল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক নিৰ্দেশনাধীন কৰিছে। নিৰ্দেশনা মতে, জমাকাৰীসকলক প্ৰতিটো সঞ্চয় বেংক বা কাৰেণ্ট একাউণ্ট বা অন্য জমা একাউণ্টত, যি নামেৰে হওক, মুঠ উদ্ধৃত্ত ৰাশিৰ পৰা, আৰ বি আই নিৰ্দেশনাত বান্ধি দিয়া চৰ্ত সাপেক্ষে, ৩,০০০ টকা (তিনি হাজা

মাৰ্চ 30, 2017
বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ অন্তৰ্গত নিৰ্দেশনা- শ্ৰীগণেশ সহকাৰী বেংক লিমিটেড, নাশ্বিক, মহাৰাষ্ট্ৰ
৩০ মাৰ্চ, ২০১৭ বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ অন্তৰ্গত নিৰ্দেশনা- শ্ৰীগণেশ সহকাৰী বেংক লিমিটেড, নাশ্বিক, মহাৰাষ্ট্ৰ শ্ৰীগণেশ সহকাৰী বেংক লিমিটেড, নাশ্বিক, মহাৰাষ্ট্ৰক দিনাংক ১ এপ্ৰিল, ২০১৩ৰ নিৰ্দেশযোগে বেংকিং বিনিয়ম আইন,১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ অন্তৰ্গত ছমাহ অবধিৰ বাবে নিৰ্দেশনাধীন কৰা হৈছিল। আমাৰ নিৰ্দেশসমূহ যথাক্ৰমে দিনাংক ২৩ ছেপ্তেম্বৰ, ২০১৩, ২৭ মাৰ্চ, ২০১৪, ১৭ ছেপ্তেম্বৰ, ২০১৪, ১৯ মাৰ্চ, ২০১৫, ১৫ ছেপ্তেম্বৰ,২০১৫, ১১ মাৰ্চ,২০১৬ আৰু ২৬ ছেপ্তেম্বৰ,

বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ অন্তৰ্গত নিৰ্দেশনা- আজিংক্যতাৰা সহকাৰী বেংক লিমিটেড, চাটাৰা, মহাৰাষ্ট্ৰ
৩০ মাৰ্চ, ২০১৭ বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ অন্তৰ্গত নিৰ্দেশনা- আজিংক্যতাৰা সহকাৰী বেংক লিমিটেড, চাটাৰা, মহাৰাষ্ট্ৰ আজিংক্যতাৰা সহকাৰী বেংক লিমিটেড, চাটাৰা, মহাৰাষ্ট্ৰক দিনাংক ২৮ ছেপ্তেম্বৰ, ২০১৫ৰ নিৰ্দেশযোগে ৩০ ছেপ্তেম্বৰ,২০১৫ৰ ব্যৱসায় সামৰণিৰ পৰা নিৰ্দেশনাধীন কৰা হৈছিল। নিৰ্দেশনাটোৰ বৈধতা পৰৱৰ্ত্তী নিৰ্দেশযোগে সময়ে সময়ে সম্প্ৰসাৰিত কৰি অহা হৈছিল যাৰ দিনাংক ২৮ ছেপ্তেম্বৰ,২০১৬ৰ শেহতীয়াটো ৩০ মাৰ্চ,২০১৭ পৰ্যন্ত পুনৰীক্ষণ সাপেক্ষে বাহাল আছিল। ৰাইজক ইয়া

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: জানুৱাৰী 23, 2025