New FAQ Page 2 - আৰবিআই - Reserve Bank of India
আৰটিজিএচ ছিষ্টেম
উত্তৰ. আৰটিজিএচ শব্দৰ সম্পূৰ্ণ অৰ্থ ৰিয়েল টাইম গ্ৰছ ছেটলমেণ্ট। ইয়াক এনেকুৱা এক ছিষ্টেম বুলি ক’ব পৰা যায়, য’ত একেলেথাৰিয়ে ফাণ্ড ট্ৰান্সফাৰ ৰহৈ থাকে আৰু সেইবোৰৰ ৰিয়েল-টাইম ছেটলমেণ্ট হৈ থাকে, এটাৰ পাছত এটা ট্ৰানজাকশ্বন পৃথকভাৱে হৈ থাকে (নেটিং নোহোৱাকৈ)। ‘ৰিয়েল টাইম’-ৰ অৰ্থ যি সময়ত নিৰ্দেশ পোৱা যায়, সেই সময়তে সেয়া প্ৰচেছ কৰা হয়; ‘গ্ৰছ ছেটলমেণ্ট’ অৰ্থ ফাণ্ড ট্ৰান্সফাৰৰ প্ৰত্যেক নিৰ্দেশক পৃথকভাৱে ছেটল কৰা।
উত্তৰ. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বহীত ফাণ্ড ছেটলমেণ্ট হৈ যোৱাৰ অৰ্থ সেই পেমেণ্ট চূড়ান্ত আৰু অপৰিৱৰ্তনীয়।
উত্তৰ. ফাণ্ড ট্ৰান্সফাৰৰ বিভিন্ন পদ্ধতিৰ তুলনাত আৰটিজিএচ-ত বহুত সুবিধা পোৱা যায়:
- এইটো ফাণ্ড ট্ৰান্সফাৰৰ সুৰক্ষিত আৰু নিৰাপদ পদ্ধতি হয়।
- আৰটিজিএচ ট্ৰানজাকশ্বন/ট্ৰান্সফাৰত ধনৰ পৰিমাণৰ কোনো সীমা নাই।
- সৰহ ভাগ বেংকৰ শাখা কাম কৰি থকাৰ সময়ত সকলো দিনতে, শনিবাৰৰ লগতে, এই ছিষ্টেম উপলব্ধ হয়।
- হিতাধিকাৰীৰ একাউণ্টত ৰিয়েল টাইম ফাণ্ড ট্ৰান্সফাৰ হৈ যায়।
- ধন প্ৰেৰকে ফিজিকেল চেক বা ডিমাণ্ড ড্ৰাফ্ট ব্যৱহাৰ কৰিব নালাগে।
- কাগজৰ নোট জনা দিয়াৰ কাৰণে হিতাধিকাৰীয়ে বেংকৰ শাখাত যোৱাৰ প্ৰয়োজন নাই।
- হিতাধিকাৰীয়ে এইটো ভয় কৰিব নালাগে যে, তেওঁৰ টকা হেৰাই যাব/চুৰ হৈ যাব বা কোনো প্ৰতাৰকে সেই টকা তুলি ল’ব।
- ধন প্ৰেৰকৰ বেংকত ইণ্টাৰনেট বেংকিং সুবিধা থাকিলে, সেই সুবিধা ব্যৱহাৰ কৰি ধন প্ৰেৰকে নিজৰ ঘৰ/কৰ্মস্থলতে বহি ধন প্ৰেৰণ কৰিব পাৰে।
- ট্ৰানজাকশ্বন চাৰ্জ আৰবিআই সীমিত কৰিছে।
- এই ট্ৰানজাকশ্বনত আইনৰ সহায়তা আছে।
উত্তৰ. এনইএফটি এটা ইলেকট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ ছিষ্টেম হয়। ইয়াত নিৰ্দিষ্ট সময়লৈকে বেচ হিচাপে প্ৰচেছ হৈ থকালৈকে ট্ৰানজাকশ্বন গ্ৰহণ কৰা হয়। ইয়াৰ বিপৰীতে, আৰটিজিএচ-ত এটাৰ পাছত এটা ট্ৰানজাকশ্বন চলি থাকে আৰটিজিএচ-ৰ কামৰ সময়সীমাৰ ভিতৰত।
উত্তৰ. এনইএফটি হ’ল ইলেকট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ ছিষ্টেম, ইযাত এটা বেচ প্ৰচেছ হৈ থকাৰ নিৰ্দিষ্ট সময়লৈকে ট্ৰানজাকশ্বন গ্ৰহণ কৰা হৈ থাকে। ইয়াৰ বিপৰীতে, আৰটিজিএচ-ত এটাৰ পাছত এটা ট্ৰানজাকশ্বন চলি থাকে আৰটিজিএচ-ৰ কামৰ সময়সীমাৰ ভিতৰত।
Ans. The remitting customer has to furnish the following information to a bank for initiating an RTGS remittance:
-
Amount to be remitted
-
The account number to be debited
-
Name of the beneficiary bank and branch
-
The IFSC number of the receiving branch
-
Name of the beneficiary customer
-
Account number of the beneficiary customer
-
Sender to receiver information, if any
-
Sender and Beneficiary Legal Entity Identifier (for eligible transactions)
Ans. The IFSC number can be obtained by the remitter (customer) from his / her bank branch. Alternatively, it is available on the cheque leaf of the beneficiary. This code number / bank branch information can be communicated by the beneficiary to the remitting customer. The list of IFSCs is also available on the RBI website at the link https://rbi.org.in/Scripts/Bs_viewRTGS.aspx?Category=5. The list is updated on a fortnightly basis.
Ans. For a funds transfer to go through RTGS, both the sending bank branch and the receiving bank branch need to be RTGS enabled. Presently, there are more than 1,60,000 RTGS enabled bank branches, the list of which is available on the RBI website at the link https://rbi.org.in/Scripts/Bs_viewRTGS.aspx?Category=5. The list is updated on a fortnightly basis.