আৰ বি আইয়ে জম্মুত বেংকিং লোকপালৰ কাৰ্যালয় মুকলি কৰিছে
১৮ এপ্ৰিল,২০১৭ আৰ বি আইয়ে জম্মুত বেংকিং লোকপালৰ কাৰ্যালয় মুকলি কৰিছে বিগত কালছোৱাত বেংকিং পৰিতন্ত্ৰত উল্লেখনীয় বৃদ্ধি আৰু বৰ্তমানৰ বেংকিং লোকপাল কাৰ্যালয়, নতুন দিল্লী-১য়ে সামৰি লোৱা বৃহত্ অধিকাৰ ক্ষেত্ৰক বিবেচনা কৰি ৰিজাৰ্ভ বেংকে জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক, জম্মুত বেংকিং লোকপালৰ এটা কাৰ্যালয় স্থাপন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক, জম্মুস্থিত বেংকিং লোকপাল কাৰ্যালয়ৰ ক্ষেত্ৰাধিকাৰ সমগ্ৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যত পৰিব্যাপ্ত হ’ব, যিখিনি অদ্যপৰিমিত বেংকিং লোকপাল নতুন দিল্লী-১ৰ ক্ষেত্ৰাধিকাৰত আছিল। আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৮০৭ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: