RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78474603

১০ এন বি এফ চিয়ে আৰ বি আইক তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে

৬ ফেব্ৰুৱাৰী, ২০১৭

১০ এন বি এফ চিয়ে আৰ বি আইক তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে

নিম্নোল্লেখিত এন বি এফ চিসমূহে ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকক জাৰি কৰা পঞ্জীয়ন প্ৰমাণ-পত্ৰবোৰ সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে সেয়ে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰবোৰ বাতিল কৰিছে।

ক্ৰমিক নং কোম্পানীৰ নাম কাৰ্যালয় ঠিকনা চি অ আৰ নম্বৰ জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ
মেচাৰ্ছ কল্যাণী মেনুফেকচাৰিং এণ্ড লীজিং লিমিটেড ১৪-বি, আত্মাৰাম হাউছ, ১ টলষ্টয় মাৰ্গ, নতুন দিল্লী – ১১০০০১ ১৪.০১২১১ ৯ জানুৱাৰী, ২০০৩ ২২ মাৰ্চ, ২০১৬
মেচাৰ্ছ সহয়োগ ক্ৰেডিট লিমিটেড ১৪৫, জয়দেৱ পাৰ্ক, ইষ্ট পাঞ্জাৱী বাগ, নতুন দিল্লী- ১১০০২৬ বি-১৪.০২৯৪৩ ৭ জুলাই, ২০০৩ ১ মাৰ্চ, ২০১৬
মেচাৰ্ছ সুপ্ৰীম চিকিউৰিটিজ লিমিটেড ৩য় মহলা, আৰ ডি চেম্বাৰ্চ, ১৬/১১ আৰ্য সমাজ ৰোড, নতুন দিল্লী- ১১০০০৫ বি-১৪.০০৬৮০ ২৪ এপ্ৰিল, ১৯৯৮ ১ ডিচেম্বৰ, ২০১৫
মেচাৰ্ছ আইলেণ্ড লীজিং প্ৰাইভেট লিমিটেড ৯৭/১এ, কূটুডাংকাৰু মংগলাগিৰি পোষ্ট, টিউকিকৰণি - ৬২৮১০৩ বি-০৭. ০০৩৫০ ২০ জানুৱাৰী, ২০০৪ ১৪ ডিচেম্বৰ, ২০১৫
মেচাৰ্ছ এম চি টি এম. গ্লোবেল ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেড ৭৬১, আন্না সালাই, চেন্নাই- ৬০০০০২ এন- ০৭.০০৫৯৬ ১১ এপ্ৰিল, ২০০১ ১৪ মাৰ্চ, ২০১৬
মেচাৰ্ছ শ্ৰী শংকৰী বেনিফিট ফাণ্ড লিমিটেড এছ কে চি টাৱাৰ বিল্ডিং, ১৭৪/২ ইষ্ট কাৰ ষ্ট্ৰীট, দিন্দিগাল-৬২৪০০১ ০৭.০০২০৭ ৩০ মাৰ্চ, ১৯৯৮ ২৩ মাৰ্চ, ২০১৬
মাচাৰ্ছ হোৱাম ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেড ৭৮ জলী মেকাৰ চেম্বাৰ্ছ II, নাৰিমান পইণ্ট, মুম্বাই- ৪০০০২১ ১৩.০০১২৫ ২৬ ফেব্ৰুৱাৰী, ১৯৯৮ ১০ জানুৱাৰী, ২০১৭
মেচাৰ্ছ কে ডব্লিউ ফাইনেন্স প্ৰাইভেট লিমিটেড প্লাট নং ৩, যাধৱ নগৰ, বেলগাম- ৪০০০২১ (কৰ্ণাটক) বি-০২.০১১ ৮৫ ২৮ জুন, ২০০১ ১৩ জানুৱাৰী, ২০১৭
মেচাৰ্ছ পিনাকল ট্ৰেডছ এণ্ড ইনভেষ্টমেণ্টছ লিমিটেড বৈভৱ, ৫ম মহলা, ৪ লী বড, কলকাতা- ৭০০০২০ ০৫.০৩৬৮৯ ১৬ ডিচেম্বৰ, ২০০০ ৫ জুন, ২০১৫
১০ মেচাৰ্ছ শ্বাসুন লীজিং এণ্ড ফাইনেন্স প্ৰাইভেট লিমিটেড শ্বামুন ৰোড, পেৰিয়াকালাপেট, পণ্ডিচেৰী- ৬০৫০১৪ বি- ০৭.০০৬৬২ ৫ ডিচেম্বৰ, ২০০১ ২১ ডিচেম্বৰ, ২০১৬

এতেকে ওপৰোক্ত কোম্পানীকেইটাই আৰ বি আই আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা (ক)ত দিয়া সংজ্ঞা অনুযায়ী অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ ব্যৱসায়িক লেন-দেন কৰিব নোৱাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২০৯৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?