১৩ টা এন বি এফ চিয়ে আৰ বি আইত তেওঁলোকৰ পঞ্জীয়ন প - আৰবিআই - Reserve Bank of India
78488720
প্ৰকাশ কৰা তাৰিখ মাৰ্চ 17, 2017
১৩ টা এন বি এফ চিয়ে আৰ বি আইত তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ সমৰ্পন কৰিছে
১৭ মাৰ্চ, ২০১৭ ১৩ টা এন বি এফ চিয়ে আৰ বি আইত তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ সমৰ্পন কৰিছে নিম্নোল্লেখিত এন বি এফ চি কেইটাই, ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকক প্ৰদান কৰা পঞ্জীয়ন প্ৰমাণপত্ৰবোৰ সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ৪৫-১ক(৬) ধাৰাৰ অন্তৰ্গত প্ৰদত্ত ক্ষমতা অনুযায়ী তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰবোৰ বাতিল কৰিছে।
এতেকে ওপৰৰ কোম্পানীকেইটাই, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা(ক)ত সন্নিৱিষ্ট বিধি অনুসৰি অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান একোটাৰ ব্যৱসায়িক লেনদেন কৰিব নোৱাৰে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ২০১৬-২০১৭/২৪৮৯ |
प्ले हो रहा है
শুনি আছে
এই পৃষ্ঠাটো সহায়ক আছিল নে?