RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78496473

২ এন বি এফ চিৰ নিজ নিজ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন

২৩ ছেপ্টেম্বৰ, ২০১৬

২ এন বি এফ চিৰ নিজ নিজ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন

নিম্নোল্লেখিত অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান (এন বি এফ চি) কেইটাই ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকক মঞ্জুৰ কৰা পঞ্জীয়নৰ প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন ১৯৩৪ৰ ধাৰা ৪৫-১ক (৬)ৰ অধীনত ইয়াক ন্যস্ত ক্ষমতা প্ৰয়োগ কৰি, সিবিলাকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে।

ক্ৰ. নং কোম্পানীটোৰ নাম কাৰ্যালয় ঠিকনা চি অ আৰ নং জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ
মেচাৰ্ছ দাস চিকিউৰিটীজ লিমিটেড ২০১, আনাৰকলি বাজাৰ, ঝাণ্ডেৱালান এক্সটেনচন, নতুন দিল্লী-১১০০৫৫ বি-১৪, ০২৪০৪ ১৯ জুন,২০০১ ৯ জুলাই, ২০১৬
মেচাৰ্ছ পূজা ফাইনেন্স লিমিটেড পৰমেশ্বৰী বিল্ডিং, ৪ৰ্থ মহলা, ছাত্ৰীবাৰী ৰ’ড, গুৱাহাটী-৭৮১০০১ বি.০৮.০০১৩১ ২১ আগষ্ট, ২০১৫ ২৬ আগষ্ট, ২০১৬

এতেকে উপৰিক্ত কোম্পানীসমূহে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা (ক)ৰ বিধি অনুযায়ী অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ ব্যৱসায় চলাব নোৱাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৭৫৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?