২০ এন বি এফ চিয়ে আৰ বি আইক তেওঁলোকৰ পঞ্জীয়ন প্ৰ& - আৰবিআই - Reserve Bank of India
78480693
প্ৰকাশ কৰা তাৰিখ এপ্ৰিল 18, 2017
২০ এন বি এফ চিয়ে আৰ বি আইক তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে
১৮ এপ্ৰিল,২০১৭ ২০ এন বি এফ চিয়ে আৰ বি আইক তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে নিম্নোক্ত এন বি এফ চিসমূহে, ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকক জাৰি কৰা পঞ্জীয়ন প্ৰমাণ-পত্ৰবোৰ সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে সেয়ে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰবোৰ বাতিল কৰিছে।
এতেকে, আৰ বি আই আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা (ক)ত সংজ্ঞাৰোপিত অনুযায়ী ওপৰোক্ত কোম্পানীকেইটাই অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ ব্যৱসায়িক লেন-দেন কৰিব নোৱাৰে। শ্বেটা মহিলে প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৮১৬ |
प्ले हो रहा है
শুনি আছে
এই পৃষ্ঠাটো সহায়ক আছিল নে?