RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78500861

৩ এন বি এফ চিয়ে নিজৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ আৰ বি আইত সমৰ্পণ কৰিছে

১৬ ছেপ্টেম্বৰ, ২০১৬

৩ এন বি এফ চিয়ে নিজৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ আৰ বি আইত সমৰ্পণ কৰিছে

নিম্নোক্ত এন বি এফ চি কেইটাই, ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকক মঞ্জুৰ কৰা পঞ্জীয়ন প্ৰমাণ-পত্ৰ ত্যাগ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন ১৯৩৪ৰ ধাৰা ৪৫-১ক (৬)ৰ অধীনত ইয়াক অৰ্পিত ক্ষমতা প্ৰয়োগ কৰি, সেয়ে সিবিলাকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে।

ক্ৰ. নং কোম্পানীটোৰ নাম কাৰ্যালয় ঠিকনা চি অ আৰ নং জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ
মেচাৰ্ছ শ্ৰীংগাৰিকা ফাইনেন্স এণ্ড লীজিং প্ৰাইভেট লিমিটেড চি-৮, ইষ্ট অব কৈলাশ, নতুন দিল্লী-১১০০৬৫ বি-১৪, ০২৭৫৪ ২৯ নৱেম্বৰ, ২০০২ ২৮ জুলাই, ২০১৬
মেচাৰ্ছ আৰাসি ফাইনেন্স প্ৰাইভেট লিমিটেড ৯৯ ৰাজজী ষ্ট্ৰীট, কাৰুৰ-৬৩৯০০১ বি.০৭.০০৪৭১ ১৭ অক্টোবৰ, ২০০০ ২৯ আগষ্ট, ২০১৬
মেচাৰ্ছ সূৰ্যশক্তি কমিউনিটীজ প্ৰাইভেট লিমিটেড জেচমিন চেণ্টাৰ, তৃতীয় মহলা, ৩১ চেক্সপীয়েৰ শৰণী, কলকাতা- ৭০০০১৭ বি-০৫.০৬১৩৩ ১০ ফেব্ৰুৱাৰী, ২০০৪ ২৫ আগষ্ট, ২০১৬

গতিকে উপৰিক্ত কোম্পানীসমূহে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা (ক)ৰ বিধি অনুযায়ী অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ ব্যৱসায় চলাব নোৱাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৬৯০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?