RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78496582

৮ এন বি এফ চিয়ে আৰ বি আইক তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ সমৰ্পন কৰিছে

১৯ ডিচেম্বৰ, ২০১৬

৮ এন বি এফ চিয়ে আৰ বি আইক তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ সমৰ্পন কৰিছে

নিম্নোল্লেখিত এন বি এফ চিকেইটাই ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকক মঞ্জুৰ কৰা পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক ন্যস্ত ক্ষমতা প্ৰয়োগ কৰি সেয়ে, তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে-

ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীভূক্ত কাৰ্যালয়ৰ ঠিকনা চি অ আৰ নম্বৰ জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ
মেছাৰ্ছ ৰামা ব্যাপাৰ প্ৰাইভেট লিমিটেড ৫, ড০ ৰাজেন্দ্ৰ প্ৰসাদ সৰণী, (ক্লাইড ৰ), ১ম মহলা, কোঠা নং ২৩, কলকাতা- ৭০০০০১ ০৫.০০৩৫৭ ২৬ ফেব্ৰুৱাৰী, ১৯৯৮ ২৬ অক্টোবৰ, ২০১৬
মেছাৰ্ছ ভেংকাটা ড্ৰি ফাইনেন্সিয়েল ছাৰ্ভিচ লিমিটেড ডি নং ৫৯-এ-১০-৭, প্লট নং ২২, কে পি নগৰ, বিজয়ৱাড়া, অন্ধ্ৰ প্ৰদেশ – ৫২০০০৮ বি-০৯. ০০১৬৩ ৪ এপ্ৰিল, ২০০৫ ২৬ অক্টোবৰ, ২০১৬
মেছাৰ্ছ ক্ৰেসা ফাইনেন্সিয়েল ছাৰ্ভিচেজ প্ৰাইভেট লিমিটেড, (পূৰ্বে প্ৰণৱ ইনফিন প্ৰাইভেট লিমিটেড ৰূপে জনাজাত) প্ৰেম টাৱাৰ্ছ, ডি নং ৭৩১২-৪এ, মিউনিচিপাল স্কুলৰ সমীপত, নাৰায়ণাপুৰম, ৰাজাহমুন্দ্ৰী – ৫৩৩১০৫ (অন্ধ্ৰ প্ৰদেশ) বি-০৯. ০০২৭৪ ৭ জানুৱাৰী, ২০০৯ ২৮ অক্টোবৰ, ২০১৬
মেছাৰ্ছ লিংক এজেন্সিজ প্ৰাইভেট লিমিটেড ১-১৭৯৪, চি আৰ পাৰ্ক, নতুন দিল্লী- ১১০০১৯ বি-১৪. ০২৮০২ ৩১ ডিচেম্বৰ, ২০০২ ৩ নৱেম্বৰ, ২০১৬
মেছাৰ্ছ অৰিয়েণ্ট ৰেজিন্স লিমিটেড অৰিয়েণ্ট হাউছ, ১০ ফ্ৰেণ্ডছ কলনী (পশ্চিম) মথুৰা ৰোড, নতুন দিল্লী- ১১০০৬৫ বি-১৪. ০২৮৭৩ ১৬ নৱেম্বৰ, ২০১১ ৮ নৱেম্বৰ, ২০১৬
মেছাৰ্ছ পল’ কুইন ইণ্ডাষ্ট্ৰীয়েল এণ্ড ফিনটেক লিমিটেড ৩০৩/৪/৫, এ টু জেদ ইণ্ডাষ্ট্ৰীয়েল প্ৰেমিচেছ, জি কে মাৰ্গ, লৱাৰ পাৰেল (পশ্চিম), মুম্বাই – ৪০০০১৩ বি-১৩. ০০৭৩৮ ২০ এপ্ৰিল, ১৯৯৮ ১৫ নৱেম্বৰ, ২০১৬
মেছাৰ্ছ ভাৱনা হল্ডিংছ প্ৰাইভেট লিমিটেড ১০৩, স্পান লেণ্ডমাৰ্ক বিল্ডিং, আন্ধেৰী কুৰলা ৰোড, চাকালা, আন্ধেৰি ইষ্ট, মুম্বাই – ৪০০০৯৩ ১৩.০১০৪৭ ২৮ ছেপ্টেম্বৰ, ১৯৯৮ ২৯ নৱেম্বৰ, ২০১৬
মেছাৰ্ছ হেইচিন্থ ইনভেষ্টমেণ্ট এণ্ড ট্ৰেডাৰ্ছ প্ৰাইভেট লিমিটেড ২৯, বিকাশ চেণ্টাৰ, ১০৪, এছ ভি ৰোড, চাণ্টা ক্ৰুজ (পশ্চিম) মুম্বাই – ৪০০০৫৪ ১৩.০১০৪৭ ২৮ ছেপ্টেম্বৰ, ১৯৯৮ ২৯ নৱেম্বৰ, ২০১৬

গতিকে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা(ক)ত নিৰ্দিষ্ট ব্যৱস্থা অনুযায়ী ওপৰোক্ত কোম্পানীকেইটাই অনা-বেংকিং কোম্পানীৰ ব্যৱসায়িক লেনদেন কৰিব নোৱাৰে।

(অজিত প্ৰসাদ)
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৫৬৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?