RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78485323

৮ এন বি এফ চিয়ে তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ আৰ বি আইত সমৰ্পন কৰিছে

১১ জানুৱাৰী, ২০১৭

৮ এন বি এফ চিয়ে তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ আৰ বি আইত সমৰ্পন কৰিছে

নিম্নোক্ত এন বি এফ চিসমূহে তেওঁলোকক মঞ্জুৰ কৰা পঞ্জীয়ন প্ৰমাণপত্ৰ ভাৰতীয় ৰিজাৰ্ভ বেংকক সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি সেয়ে তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ বাতিল কৰিছে।

ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীয়ভুক্ত কাৰ্যালয় ঠিকনা চি অ আৰ নং জাৰিৰ তাৰিখ বাতিলৰ তাৰিখ
মেছাৰ্ছ জয় মাতাদী ফাইনেন্স কোম্পানী লিমিটেড ৩৬-এ, বেণ্টিক ষ্ট্ৰীট, ২য় মহলা, কলকাতা- ৭০০০৬৯ ০৫.০১৪৬৩ ৬ এপ্ৰিল, ১৯৯৮ ৩০ ছেপ্টেম্বৰ, ২০১৬
মেছাৰ্ছ ডাব্ৰিৱালা বাণিজ্য উদ্যোগ লিমিটেড ২৭বি, কেমেক ষ্ট্ৰীট, ৮ম মহলা, কলকাতা- ৭০০০১৬ ০৫.০০৬৮৬ ৬ মাৰ্চ, ১৯৯৮ ৩০ নৱেম্বৰ, ২০১৬
মেছাৰ্ছ ছানফ্লাৱাৰ কমাৰ্চ লিমিটেড (বৰ্তমান ছানফ্লাৱাৰ কমাৰ্চ প্ৰাইভেট লিমিটেড) পি-৩৫৫, কেয়া টলা ৰড, কলকাতা- ৭০০০২৯ বি-০৫.০৬০০০ ২০ জানুৱাৰী, ২০০৪ ২২ নৱেম্বৰ, ২০১৬
মেছাৰ্ছ ঋতু ফিনলীজ প্ৰাইভেট লিমিটেড ৫০৯, এম্বাৰ টাৱাৰ, কমাৰ্চিয়েল কমপ্লেক্স, আজাদপুৰ, নতুন দিল্লী- ১১০০৩৩ ১৪.০০২৬৫ ৪ মাৰ্চ, ১৯৯৮ ৮ ডিচেম্বৰ, ২০১৬
মেছাৰ্ছ ফকাছ হল্ডিংছ প্ৰাইভেট লিমিটেড ৭, মঞ্জিৰি, মাক্ৰাণ্ড কো-অপ হাউচিং, এছ ভি এছ মাৰ্গ, মাহিম, মুম্বাই – ৪০০০১৬ ১৩.০১১৭২ ১২ ফেব্ৰুৱাৰী, ১৯৯৯ ১৯ ডিচেম্বৰ,২০১৬
মেছাৰ্ছ হাওকপ্লাষ্ট ইনভেষ্টমেণ্ট এণ্ড ট্ৰেডিং লিমিটেড হাৰ্ডকেচ্চল এণ্ড ৱাওদ কম্পাউণ্ড, নেটিৱালি ৱাগ কল্যাণ- ৪২১০৩০৬ (জিলা থানে, মহাৰাষ্ট্ৰ) এন-১৩.০১৮২৩ ২২ ফেব্ৰুৱাৰী, ২০০৬ ১৯ ডিচেম্বৰ, ২০১৬
মেছাৰ্ছ নাৰিন্দ ফিনভেষ্ট প্ৰাইভেট লিমিটেড ১০৩, ব্লু মুন চেম্বাৰ্ছ, ২৫, নাগিনদাস মাষ্টাৰ ৰোড, মুম্বাই- ৪০০০২৩ ১৩.০১১৯২ ২৬ ফেব্ৰুৱাৰী, ১৯৯৯ ২৩ ডিচেম্বৰ, ২০১৬
মেছাৰ্ছ কৃষ্ণদীপ ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট লিমিটেড, (এতিয়া পাৰ্ণাক্স লেব লিমিটেড) ১১৪, বিল্ডিং নং ৮, যোগানি ইণ্ডাষ্ট্ৰীয়েল কমপ্লেক্স, চিয়ন- চুণাভাট্টী, মুম্বাই – ৪০০০২২ ১৩.০০৭৮১ ২৫ মে, ১৯৯৮ ২৩ ডিচেম্বৰ, ২০১৬

এতেকে ওপৰৰ কোম্পানীকেইটাই আৰ বি আই আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ৰ দফা(ক)ত সংজ্ঞাৰোপিত মতে, অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান হিচাপে ব্যৱসায়িক লেনদেন কৰিব নোৱাৰে।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৮৫১

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?