RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78506366

আদিত্য বিৰলা আইডিয়া পেয়মেণ্টচ বেঙ্ক লিমিটেডৰ কাৰ্য আৰম্ভণি

২২ ফেব্ৰুৱাৰী, ২০১৮

আদিত্য বিৰলা আইডিয়া পেয়মেণ্টচ বেঙ্ক লিমিটেডৰ কাৰ্য আৰম্ভণি

আদিত্য বিৰলা আইডিয়া পেয়মেণ্টচ বেঙ্ক লিমিটেডে পেয়মেণ্ট বেঙ্কৰূপে ২২ ফেব্ৰুৱাৰী, ২০১৮ তাৰিখৰপৰা প্ৰযোয্য হোৱাকৈ কাৰ্য আৰম্ভণি কৰিছে। ৰিজাৰ্ভ বেঙ্কে বেঙ্কিং ৰেগুলেচন আইন, ১৯৪৯ৰ ধাৰা ২২(১)ৰ অধীনত বেঙ্কটোক ভাৰতত পেয়মেণ্ট বেঙ্কৰূপে ব্যৱসায় চলোৱাৰ উদ্দেশ্যে এখন অনুজ্ঞাপত্র প্ৰদান কৰিছে।

আদিত্য বিৰলা নুভো লিমিটেড, মুম্বাই, ১৯ আগষ্ট, ২০১৫ তাৰিখে প্ৰেছ প্ৰকাশনত ঘোষণাকৃত পেয়মেণ্ট বেঙ্ক স্থাপনৰ হেতু মূল-অনুমোদন পোৱা ১১জন আবেদনকাৰীৰ মাজত এজন আছিল।

আশিস দৰয়ানী
সহায়ক প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি : ২০১৭-২০১৮/২২৭৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?