RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78488776

সকলো এজেন্সি বেংক আৰু আৰ বি আইৰ নিৰ্বাচিত কাৰ্যালয়সমূহ ২৫ মাৰ্চ, ২০১৭ৰ পৰা
১ এপ্ৰিল, ২০১৭লৈ সকলো দিনত খোলা থাকিব

২৪ মাৰ্চ, ২০১৭

সকলো এজেন্সি বেংক আৰু আৰ বি আইৰ নিৰ্বাচিত কাৰ্যালয়সমূহ ২৫ মাৰ্চ, ২০১৭ৰ পৰা
১ এপ্ৰিল, ২০১৭লৈ সকলো দিনত খোলা থাকিব

চৰকাৰী প্ৰাপ্তি আৰু প্ৰদান কাম-কাজসমূহ সূচল কৰাৰ অৰ্থে, চৰকাৰী ব্যৱসায় লেন-দেন কৰা এজেন্সি বেংকবোৰৰ সকলো শাখা চলিত বিত্তীয় বৰ্ষৰ সকলো দিনকেইটাত আৰু ১ এপ্ৰিল, ২০১৭ত (শনিবাৰ, ৰবিবাৰ আৰু বন্ধৰ দিনকেইটাকে ধৰি) খোলা ৰাখিবলৈ সকলো Agency Banks have been advised কৰা হৈছে।

চৰকাৰী ব্যৱসায় সম্পাদন কৰা ৰিজাৰ্ভ বেংকৰ সংশ্লিষ্ট বিভাগসমূহো ওপৰোক্ত দিনকেইটাত খোলা থাকিব।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৫৬৪

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?