RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

136313479

“কো-অপাৰেটিভ চেণ্ট্ৰেল ৰেফেইচেন বৰেনলিন বেংক বি.এ.” নামটো ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় সূচীত “কো-অপাৰেটিভ ৰেব’বেংক ইউ এ”লৈ সলনি

আৰ বি আই/২০১৬-১৭/২৮৭
আই আৰ এফ.ডি বি আৰ.নং.আৰইটি.বিচি./২৪/১২.০৭.১১৮এ/২০১৬-১৭

২০ এপ্ৰিল, ২০১৭

সকলো সূচীভূক্ত বাণিজ্যিক বেংক

মহাশয়/মহাশয়া,

“কো-অপাৰেটিভ চেণ্ট্ৰেল ৰেফেইচেন বৰেনলিন বেংক বি.এ.” নামটো ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় সূচীত “কো-অপাৰেটিভ ৰেব’বেংক ইউ এ”লৈ সলনি

আমি জ্ঞাপন দিওঁ যে “কো-অপাৰেটিভ চেণ্ট্ৰেল ৰেফেইচেন বৰেনলিন বেংক বি.এ.”ৰ নামটো অধিসূচনা ডিবিআৰ.আইবিডি. নং ১১০৩৩/২৩.০৩.০২৭/২০১৫-১৬ দিনাংক ২৩ মাৰ্চ, ২০১৬যোগে আৰু ভাৰতৰ ৰাজপত্ৰ (অংশ ৩ আৰু শাখা ৪) দিনাংক ১৬ জুলাই, ২০১৬ত প্ৰকাশিত মতে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ দ্বিতীয় সূচীত “কো-অপাৰেটিভ ৰেব’বেংক ইউ.এ”লৈ পৰিৱৰ্তিত হৈছে।

আপোনাৰ বিশ্বাসী

(এম. জি. সুপ্ৰভাত)
উপ মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?