RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78495691

এন বি এফ চি – এম এফ আইসমূহে ১ জানুৱাৰী, ২০১৭ৰ পৰা আৰম্ভ হোৱা ত্ৰিমাসিকৰ বাবে আৰোপ কৰিব লগা প্ৰযোজ্য গড় ভিত্তি হাৰ

৩০ ডিচেম্বৰ, ২০১৬

এন বি এফ চি – এম এফ আইসমূহে ১ জানুৱাৰী, ২০১৭ৰ পৰা আৰম্ভ হোৱা ত্ৰিমাসিকৰ বাবে
আৰোপ কৰিব লগা প্ৰযোজ্য গড় ভিত্তি হাৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি প্ৰচাৰ কৰে যে অনা বেংকিং বিত্তীয় কোম্পানী অনু-বিত্তীয় প্ৰতিষ্ঠান (এন বি এফ চি – এম এফ আই)সমূহে ১ জানুৱাৰী, ২০১৭ৰ পৰা আৰম্ভ হোৱা ত্ৰিমাসিকৰ বাবে আৰোপ কৰিবলগীয়া প্ৰযোজ্য গড় ভিত্তি হাৰ হব ৯ দশমিক ৪১ শতাংশ।

ৰিজাৰ্ভ বেংকে ধাৰৰ মূল্য নিৰূপন সন্দৰ্ভত এন বি এফ চি – এম এফ আইসমূহক জাৰি কৰা ইয়াৰ Circular dated February 7, 2014 যোগে কৈছিল যে প্ৰতিটো ত্ৰিমাসিকৰ অন্তিমটো কৰ্মদিনত, এন বি এফ চি – এম এফ আইসমূহে ইয়াৰ ঋণীসকলক সমাগত ত্ৰিমাসিকত আৰোপ কৰিব লগা সুদৰ হাৰত উপনীত হোৱাৰ উদ্দেশ্যে পাঁচটা বৃহত্তম বাণিজ্যিক বেংকৰ ভিত্তি হাৰৰ বিষয়ে দিহা দিব।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৭১৪

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?