Page
Official Website of Reserve Bank of India
78493690
প্ৰকাশ কৰা তাৰিখ
মাৰ্চ 15, 2017
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্থানীয় বৰ্ডত সদস্যৰ নিযুক্তি
১৫ মাৰ্চ, ২০১৭ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্থানীয় বৰ্ডত সদস্যৰ নিযুক্তি ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ (১৯৩৪ৰ ২) ধাৰা ৯ৰ উপধাৰা (১)ৰ দ্বাৰা প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, কেন্দ্ৰীয় চৰকাৰে শ্ৰী দিলীপ এছ. সাংঘভিক ১১ মাৰ্চ, ২০১৭ৰ পৰা চাৰি বছৰীয়া অবধিৰ বাবে অথবা এতদাধিক আদেশ পৰ্যন্ত যিটোৱে আগত হয়, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পশ্চিম অঞ্চল স্থানীয় বোৰ্ডৰ এগৰাকী সদস্য হিচাপে নিযুক্তি দিছে। অজিত প্ৰসাদ প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪৫৮ |
प्ले हो रहा है
শুনি আছে
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
এই পৃষ্ঠাটো সহায়ক আছিল নে?