লীড বেংকৰ দায়িত্ব ন্যস্ত
আৰ বি আই/২০১৬-১৭/২৬২ ৩০ মাৰ্চ, ২০১৭ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মহাশয়/মহাশয়া, লীড বেংকৰ দায়িত্ব ন্যস্ত ভাৰতৰ ৰাজপত্ৰ অধিসূচনা দিনাংক ২২ ফেব্ৰুৱাৰী, ২০১৭যোগে ভাৰতীয় ষ্টেট বেংকত সহযোগী বেংকসমূহৰ চামিলকৰণ অধিসূচিত কৰা হৈছিল। আদেশটো ১ এপ্ৰিল,২০১৭ত কাৰ্যকৰী হৈছে। ২. সেয়ে ভাৰতীয় ষ্টেট বেংকৰ সহযোগী বেংকবিলাকে অদ্যপৰিমিত ৰখা জিলাবিলাকৰ লীড বেংক দায়িত্ববোৰ ন্যস্ত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। তদনুযায়ী, লীড বেংক দায়িত্ব তলৰ মতে ন্যস্ত হল-
৩. সমগ্ৰ দেশৰ অন্যান্য জিলাৰ লীড বেংকৰ দায়িত্বত কোনো পৰিৱৰ্তন হোৱা নাই। আপোনাৰ বিশ্বাসী (অজয় কুমাৰ মিশ্ৰ) |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: