RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78488289

Au স্মল ফাইনেন্স বেংক লিমিটেডে কাৰ্য সঞ্চালন আৰম্ভ কৰিছে

১৯ এপ্ৰিল,২০১৭

Au স্মল ফাইনেন্স বেংক লিমিটেডে কাৰ্য সঞ্চালন আৰম্ভ কৰিছে

Au স্মল ফাইনেন্স বেংক লিমিটেডে এটা ক্ষুদ্ৰ বিত্ত বেংক হিচাপে ১৯ এপ্ৰিল, ২০১৭ৰ পৰা কাৰ্যসঞ্চালন আৰম্ভ কৰিছে। ৰিজাৰ্ভ বেংকে ভাৰতত ক্ষুদ্ৰ বিত্ত বেংকৰ ব্যৱসায় চলাবলৈ বেংকটোক বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ২২(১) ৰ অন্তৰ্গত এখন অনুজ্ঞাপত্ৰ জাৰি কৰিছে।

Au ফাইনেন্সিয়াৰ্ছ (ইণ্ডিয়া) লিমিটেড, জয়পুৰ ১০ আবেদনকাৰীৰ অন্যতম আছিল যাক Press Release on September 16, 2015-ৰ ঘেষণা কৰা মতে এটা ক্ষুদ্ৰ বিত্ত বেংক স্থাপনৰ বাবে নীতিগত অনুমোদন জনোৱা হৈছিল।

অনিৰুদ্ধ ডি. যাধৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৮৩২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?