RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78496664

কৰ্তৃপক্ষই প্ৰতিবেদনৰ যোগেদি পুংখানুপুংখ তথ্য নিৰীক্ষণ কৰি আছেঃ আৰ বি আই

১২ নৱেম্বৰ, ২০১৬

কৰ্তৃপক্ষই প্ৰতিবেদনৰ যোগেদি পুংখানুপুংখ তথ্য নিৰীক্ষণ কৰি আছেঃ আৰ বি আই

ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি স্পষ্ট কৰি দিয়ে যে ৫০০ আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোট প্ৰত্যাহাৰ সন্দৰ্ভত (নিৰ্দিষ্ট বেংক নোট) সমবায় বেংককে ধৰি বেংকসমূহক দিয়া নিৰ্দেশৰ অংশ হিচাপে, বিস্তৃত ৰিপৰ্টিং প্ৰমালীৰ দিহা কৰা হৈছে। ৰিজাৰ্ভ বেংকে লগতে কয় যে এই সুবিধা অপব্যৱহাৰ ৰোধ কৰিবৰ কাৰণে সমবায় বেংককে ধৰি, বেংকবিলাকত জনসাধাৰণে জমা কৰা আৰু বিনিময় কৰা নিৰ্দিষ্ট বেংক নোটবোৰৰ বিষয়ে এই ৰিপৰ্টবিলাকৰ জৰিয়তে পুংখানুপুংখ নিৰীক্ষণ অব্যাহত ৰাখিছে।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৮৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?