বেংকসমূহ ৰাইজৰ বাবে শনিবাৰ ১২ নৱেম্বৰ আৰু ৰবিবাৰ, ১৩ নৱেম্বৰ,২০১৬ত খোলা থাকিব
৯ নৱেম্বৰ, ২০১৬ বেংকসমূহ ৰাইজৰ বাবে শনিবাৰ ১২ নৱেম্বৰ আৰু সকলো সূচীভূক্ত, অনা-সূচীভুক্ত বেংক, ৰাজহুৱা ব্যক্তিগত, বিদেশী, সমবায়, আঞ্চলিক গ্ৰামীণ আৰু স্থানীয় বেংককে ধৰি ৰাইজৰ বাবে শনিবাৰ ১২ নৱেম্বৰ আৰু ৰবিবাৰ, ১৩ নৱেম্বৰ,২০১৬ত খোলা থাকিব। সকলো ব্যৱসায়িক লেনদেন সম্পন্ন কৰিবৰ কাৰণে নিয়মীয়া কৰ্মদিন হিচাপে শনিবাৰ,১২ নৱেম্বৰ আৰু ৰবিবাৰ ১৩ নৱেম্বৰ,২০১৬ত সকলো শাখা খোলা ৰাখিবলৈ বেংকসমূহক পৰামৰ্শ দিয়া হল। এই দিনকেইটাত বেংকিং সেৱা আগবঢ়োৱাৰ বিষয়ে বেংকবিলাকে ব্যাপক প্ৰচাৰৰ ব্যৱস্থা কৰিব। আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৬১ |
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: