RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78490779

এটিএমৰ পৰা নগদ উঠোৱা – দৈনিক উৰ্দ্ধসীমা বৃদ্ধি

আৰ বি আই/২০১৬-১৭/২০৪
ডি চি এম(পি এল জি) নং ২১৪২/১০.২৭.০০/২০১৬-১৭

৩০ ডিচেম্বৰ, ২০১৬

অধ্যক্ষ /পৰিচালন সঞ্চালক/ মুখ্য কাৰ্যবাহী বিষয়া
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী খণ্ডৰ বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংক/জিলা কেন্দ্ৰীয় সমবায় বেংক

মহাশয়,

এটিএমৰ পৰা নগদ উঠোৱা – দৈনিক উৰ্দ্ধসীমা বৃদ্ধি

“অনুগ্ৰহ কৰি বেংক জমা একাউণ্টৰ পৰা নগদ উঠোৱা – শিথিলকৰণ” শীৰ্ষক আমাৰ Circular DCM (Plg).No. 1424/10.27.00/2016-17 dated November 25, 2016 ৰ সন্দৰ্ভ লওক।

২. স্থিতি পুনৰীক্ষণ কৰি এটিএমৰ পৰা নগদ উঠোৱাৰ দৈনিক উৰ্দ্ধসীমা (নিৰ্দিষ্ট সাপ্তাহিক সামগ্ৰিক সীমাৰ ভিতৰত) ১জানুৱাৰী ২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি কাৰ্ডত প্ৰতি দিনে বৰ্তমানৰ ২৫০০ টকাৰ পৰা ৪৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। সাপ্তাহিক টকা উঠোৱাৰ উৰ্ধতন সীমাৰ কোনো পৰিৱৰ্তন হোৱা নাই। এনে বিতৰণ ঘাইকৈ ৫০০ টকীয়া নোটত হব লাগে।

৩. আমাৰ চাৰ্কুলাৰ DCM(Plg) No. 1437/10.27.00/2016-17 dated November 28, 2016 ৰ দ্বাৰা সমৰ্থিত মতে নগদ উঠোৱাৰ উৰ্দ্ধসীমা শিথিলকৰণ অপৰিৱৰ্তিত থাকিব।

৪. প্ৰাপ্তি স্বীকাৰ কৰে যেন।

আপোনাৰ বিশ্বাসী,

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?