RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78499009

জি.ও.আই চেভিংচ (কৰযুক্ত), ২০০৩ বণ্ড, ৮ শতাংশ বন্ধ

১ জানুৱাৰী, ২০১৮

জি.ও.আই চেভিংচ (কৰযুক্ত), ২০০৩ বণ্ড, ৮ শতাংশ বন্ধ

২০১৮ চনৰ ১ জানুৱাৰী তাৰিখে জাৰি কৰা No.F.4(10)-W&M/2003 জাননী অনুযায়ী ভাৰত চৰকাৰে (GoI), জি.ও.আই চেভিংচ (কৰযুক্ত), ২০০৩ বণ্ডত, ৮ শতাংশ দুই জানুৱাৰী ২০১৮ ৰ বেঙ্কিং সেৱা বন্ধ হোৱাৰ লগে লগে প্ৰযোজ্য হোৱাকৈ কিনিবলৈ নিষেধাজ্ঞা জাৰি কৰিছে ।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি: ২০১৭-২০১৮/১৭৯০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?