বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৬কৰ উপ-ধাৰা (২) স - আৰবিআই - Reserve Bank of India
78485933
প্ৰকাশ কৰা তাৰিখ এপ্ৰিল 20, 2017
বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৬কৰ উপ-ধাৰা (২) সংজ্ঞা মতে কেবিচি বেংক এন.ভিৰ বেংকিং কোম্পানী হিচাপে অবলুপ্তি
আৰ বি আই/২০১৬-১৭/২৮৬ ২০ এপ্ৰিল, ২০১৭ সকলো সূচীভূক্ত বাণিজ্যিক বেংক মহাশয়/মহাশয়া, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৬কৰ উপ-ধাৰা (২) সংজ্ঞা মতে কেবিচি বেংক এন.ভিৰ বেংকিং কোম্পানী হিচাপে অবলুপ্তি আমি জ্ঞাপন দিওঁ যে অধিসূচনা ডিবিআৰ আই বি ডি. নং.১৬১৩৮/২৩.১৩.০৭৭/২০১৫-১৬ দিনাংক ২৪ জুন, ২০১৬যোগে আৰু ভাৰতৰ ৰাজপত্ৰ (অংশ ৩ – শাখা ৪) দিনাংক ১৩ আগষ্ট-১৯ আগষ্ট,২০১৬ত প্ৰকাশিত মতে, “কে বি চি বেংক এন.ভি.”ৰ বেংকিং বিনিয়ম আইন,১৯৪৯ৰ সংজ্ঞানুযায়ী বেংকিং কোম্পানী হিচাপে অবলুপ্তি হৈছে। আপোনাৰ বিশ্বাসী (এম. জি. সুপ্ৰভাত) |
प्ले हो रहा है
শুনি আছে
এই পৃষ্ঠাটো সহায়ক আছিল নে?