RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

136316495

বেংক হাৰত পৰিৱৰ্তন

আৰ বি আই/২০১৬-১৭/২৭০
ডিবিআৰ.নং.আৰইটি.বিচি.৫৮/১২.০১.০০১/২০১৬-১৭

৬ এপ্ৰিল, ২০১৭

অধ্যক্ষ/মুখ্য কাৰ্যবাহী বিষয়া,
সকলো সূচীভুক্ত আৰু অনা সূচীভুক্ত বেংক

মহাশয়/মহাশয়া,

বেংক হাৰত পৰিৱৰ্তন

শিৰোনামিত বিষয় সম্পৰ্কে আমাৰ circular DBR.No.Ret.BC.19/12.01.001/2016-17 dated October 04,2016 সন্দৰ্ভলৈ আহে যেন।

২. First Bi-Monthly Monetary Policy Statement 2017-18 dated April 6,2017 ত ঘোষিত মতে, ৬ এপ্ৰিল,২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ বেংক হাৰবিলাক ৬.৭৫ শতাংশৰ পৰা ৬.৫০ শতাংশলৈ ২৫ বেচিছ পইণ্টকৈ সমাযোজন কৰা হৈছে।

৩. আৰক্ষা আৱশ্যিকতাৰ ঘাটিত দণ্ডহাৰবোৰো, যিবিলাক বিশেষভাৱে বেংক হাৰত সংযুক্ত, সংলগ্ন পত্ৰত উনুকিওৱাৰ দৰে সংশোধিত হৈছে।

আপোনাৰ বিশ্বাসী

(সৌৰভ সিনহা)
মুখ্য মহা প্ৰৱন্ধক

সংলগ্ন – ওপৰৰ মতে


সংলগ্ন পত্ৰ

বেংক হাৰত সংযুক্ত দণ্ড সুদ হাৰ

বিষয় বৰ্তমানৰ হাৰ সংশোধিত হাৰ
(৬ এপ্ৰিল,২০১৭ৰ পৰা কাৰ্যকৰী)
আৰক্ষণ আৱশ্যিকতাত ন্যূনযোগ্যতাৰ দণ্ড সুদ হাৰ (ন্যূনযোগ্যতাৰ সময়ছোৱাক নিৰ্ভৰ কৰি) বেংক হাৰ যোগ ৩.০ শতাংশ পইণ্ট (৯.৭৫ শতাংশ) অথবা বেংক হাৰ যোগ ৫.০ শতাংশ পইণ্ট (১১.৭৫ শতাংশ) বেংক হাৰ যোগ ৩.০ শতাংশ পইণ্ট (৯.৫০শতাংশ) অথবা বেংক হাৰ যোগ ৫.০ শতাংশ পইণ্ট (১১.৫০শতাংশ)

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?