RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78491584

নিৰ্দিষ্ট বেংক নোট (এছ বি এন)ৰ জমা – চেষ্ট উদ্ধৃত্ত সীমা/নগদ ধাৰণ

আৰ বি আই/২০১৬-১৭/২২৬
ডি চি এম (পি এল জি)নং.৩২১৭/১০.২৭.০০/২০১৬-১৭

১৩ ফেব্ৰুৱাৰী, ২০১৭

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া
(কাৰেন্সি চেষ্ট ৰখা সকলো বেংক)

মহোদয়/মহোদয়া,

নিৰ্দিষ্ট বেংক নোট (এছ বি এন)ৰ জমা – চেষ্ট উদ্ধৃত্ত সীমা/নগদ ধাৰণ

অনুগ্ৰহ কৰি শিৰোনাম বিষয়ক আমাৰ circular DCM(Plg)1459/10.27.00/2016-17 dated November 29, 2016 ৰ সন্দৰ্ভলৈ আহে যেন। তাত উনুকিওৱা মতে পুনৰ বিবেচনা কৰি সিদ্ধান্ত লোৱা হ’ল যে এতদাধিক নিৰ্দেশ পৰ্যন্ত ১০ নৱেম্বৰ,২০১৬ৰ পৰা কাৰেন্সি চেষ্টবোৰত জমা কৰা এছ বি এনবোৰক, লেতেৰা নোটৰ শ্ৰেণীৰ চেষ্ট উদ্ধৃত্ত হিচাপে গণ্য কৰা হ’ব, যদিওবা এনেবোৰ জমাক চেষ্ট উদ্ধৃত্ত সীমা/নগদ ধাৰণ সীমা গণনাৰ বাবে বিবেচিত নহ’ব।

আপোনাৰ বিশ্বাসী,

(এছ. ৰয়)
মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?