RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78495357

ক্ষুদ্ৰ সঞ্চয় আঁচনিবোৰত নিৰ্দিষ্ট বেংকনোট (এছবিএন)ৰ জমা

আৰ বি আই/২০১৬-১৭/১৫১
ডিচিএম (পিএলজি) নং ১৩৫১/১০.২৭.০০/২০১৬-১৭

২৩ নৱেম্বৰ, ২০১৬

অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া,
ৰাজহুৱা খণ্ডৰ বেংক/বেচৰকাৰী বেংক/বিদেশী বেংক/আঞ্চলিক গ্ৰামীণ বেংক/
চহৰীয়া সমবায় বেংক/ৰাজ্যিক সমবায় বেংকসমূহ

মহাশয়/মহাশয়া

ক্ষুদ্ৰ সঞ্চয় আঁচনিবোৰত নিৰ্দিষ্ট বেংকনোট (এছবিএন)ৰ জমা

অনুগ্ৰহ কৰি বৰ্তমানৰ ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটবোৰৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ সম্পৰ্কীয় আমাৰ Circular No.DCM (plg) No. 1226/10.27.00/2016-17 dated November 8, 2016 ৰ সন্দৰ্ভলৈ আহক।

২. আমি এই মৰ্মে দিহা দিও যে ভাৰত চৰকাৰে ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ গ্ৰাহকক, ক্ষুদ্ৰ সঞ্চয় আঁচনিত এছ বি এন জমা দিয়াৰ অনুমতি নিদিবলৈ সিদ্ধান্ত লৈছে। সেয়ে, ক্ষুদ্ৰ সঞ্চয় আঁচনিবোৰত তত্কালে কাৰ্যকৰী হোৱাকৈ জমাৰ বাবে এছ বি এন গ্ৰহণ নকৰিবলৈ বেংকসমূহক দিহা দিয়া হল।

৩. প্ৰাপ্তি স্বীকাৰ কৰে যেন।

আপোনাৰ বিশ্বাসী

(পি. বিজয় কুমাৰ)
মুখ্য মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?