RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78482590

ডি জি প’ৰ্টফলিঅ’

৩ এপ্ৰিল, ২০১৭

ডি জি প’ৰ্টফলিঅ’

৩ এপ্ৰিল, ২০১৭ ত কাৰ্যকৰী হোৱা, ডেপুটী গৱৰ্ণৰসকলৰ মাজত বিভাগসমূহৰ বিতৰণ নিম্নোক্তধৰণৰ-

ক্ৰমিক নং নাম বিভাগসমূহ
শ্ৰী এছ এছ মুন্দ্ৰা ১. সমন্বয়
২. কেন্দ্ৰীয় সুৰক্ষা কোষ (চি এছ চি)
৩. গ্ৰাহক শিক্ষা আৰু সুৰক্ষা বিভাগ (চি ই পি ডি)
৪. বেংকিং তদাৰক বিভাগ (ডি বি এছ)
৫. সমবায় বেংকিং তদাৰকতা বিভাগ (ডি চি বি এছ)
৬. অনা-বেংকিং তদাৰকতা বিভাগ (ডি এন বি এছ)
৭. বিত্তীয় অন্তৰ্ভুক্তি আৰু উন্নয়ন বিভাগ (এফ আই ডি ডি)
৮. মানৱ সম্পদ উন্নয়ন বিভাগ (এইছ আৰ এম ডি) এইছ আৰ সঞ্চালন গোট (এইছ আৰ – অ ইউ)কে ধৰি
৯. ৰাজভাষা বিভাগ (আৰ ডি)
১০. তথ্য জনাৰ অধিকাৰ (আৰ টি এ) প্ৰভাগ
শ্ৰী এন.এছ. বিশ্বনাথন ১. বেংকিং বিনিয়ম বিভাগ (ডি বি আৰ)
২. যোগাযোগ বিভাগ (ডি অ চি)
৩. সমবায় বেংকিং বিনিয়ম বিভাগ (ডি চি বি আৰ)
৪. অনা-বেংকিং বিনিয়ম বিভাগ (ডি এন বি আৰ)
৫. জমা বীমা তথা ক্ৰেডিট গেৰাণ্টি নিগম (ডি আই চি জি চি)
৬. বলবত্কৰণ বিভাগ
৭. বিত্তীয় সুস্থিৰতা গোট (এফ এছ ইউ)
৮. পৰিদৰ্শন বিভাগ (আই ডি)
৯. বিপদশংকা নিৰীক্ষণ বিভাগ (আৰ এম ডি)
১০. সচিবৰ বিভাগ
৩. ড০ ভিৰাল ভি. আচাৰ্য্য ১. কৰ্পোৰেট ষ্ট্ৰেটেজী আৰু বাজেট বিভাগ (চি এছ বি ডি)
২. কৰ্পোৰেট সেৱা সমন্বিতে নথি ব্যৱস্থাপনা প্ৰণালী বিভাগ (ডি চি এছ/ডি এম এছ)
৩. আৰ্থিক নীতি তথা গৱেষণা বিভাগ (ডি ই পি আৰ)
৪. পৰিসংখ্যা তথা তথ্য ব্যৱস্থাপনা বিভাগ (ডেটা আৰু তথ্য ব্যৱস্থাপনা গোট সমন্বিতে) (ডি এছ আই এম/ডি আই এম ইউ)
৫. বিত্তীয় বজাৰ সঞ্চালন বিভাগ (এফ এম অ ডি)
৬. বিত্তীয় বজাৰ সঞ্চালন সমন্বিতে মাৰ্কেট ইণ্টেলিজেন্স বিভাগ (এফ এম আৰ ডি/এম আই)
৭. আন্তৰ্জাতিক বিভাগ (আই এন টি এল ডি)
৮. মৌদ্ৰিক নীতি বিভাগ সমন্বিতে ফৰকাষ্টিং তথা মডেলিং গোট (এম পি ডি/এম ইউ)
৪. শ্ৰী বি.পি. কানুনগো ১. মুদ্ৰা ব্যৱস্থাপনা বিভাগ (ডি চি এম)
২. বহিঃবিনিয়োগ তথা সঞ্চালন বিভাগ (ডি ই আই অ)
৩. চৰকাৰ তথা বেংক একাউণ্ট বিভাগ (ডি জি বি এ)
৪. তথ্যপ্ৰযুক্তি বিভাগ (ডি আই টি)
৫. প্ৰদান তথা বন্দোবস্তি প্ৰণালী বিভাগ (ডি পি এছ এছ)
৬. বৈদেশিক বিনিময় বিভাগ (এফ ই ডি)
৭. আভ্যন্তৰীণ কৰ্জা ব্যৱস্থাপনা বিভাগ (আই ডি এম ডি)
৮. বিধি বিভাগ (এল ডি)
৯. চৌহদ বিভাগ (পি ডি)

জোস জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৬৬২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?