RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78492640

১০ নৱেম্বৰৰ পৰা ১৯ ডিচেম্বেৰ,২০১৬ সময়ছোৱাত বেংকনোটৰ বিতৰণ

২১ ডিচেম্বৰ,২০১৬

১০ নৱেম্বৰৰ পৰা ১৯ ডিচেম্বেৰ,২০১৬ সময়ছোৱাত বেংকনোটৰ বিতৰণ

৮ নৱেম্বৰম, ২০১৬ৰ মাজনিশাৰ পৰা ৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংক নোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰৰ ঘোষণাটোৰ পৰিণামস্বৰূপে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকবিলাকৰ যোগেদি জনসাধাৰণক বিভিন্ন মুদ্ৰাবৰ্গৰ বেংকনোট পৰ্যাপ্ত পৰিমাণে যোগান ধৰিবলৈ ব্যৱস্থা কৰে।

১০ নৱেম্বৰ, ২০১৬ৰ পৰা ১৯ ডিচেম্বৰ,২০১৬ৰ মাজৰ সময়ছোৱাত বেংকবিলাকে জনাইছে যে ৰাইজক কাউণ্টাৰেদি বা এটিএমযোগে ৫,৯২,৬১৩ কোটি টকা মূল্যৰ বেংকনোট বিতৰণ কৰা হৈছে।

এই সময়ছোৱাত ৰিজাৰ্ভ বেংকে ৰাইজক বিতৰণৰ কাৰণে বেংক আৰু শাখাবোৰক বিভিন্ন মুদ্ৰাবৰ্গৰ ২২.৬ বিলিয়ন খিলা বেংকনোট উলিয়াই দিয়ে, যিবোৰৰ ভিতৰত আছে ২০.৪ বিলিয়ন খিলা ক্ষুদ্ৰ মুদ্ৰাবৰ্গ ১০, ২০, ৫০ আৰু ১০০ টকাৰ আৰু ২.২ বিলিয়ন খিলা উচ্চ মুদ্ৰাবৰ্গৰ ২০০০ টকা আৰু ৫০০ টকাৰ।

(অজিত প্ৰসাদ)
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৬০২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?