টকা নুঠাব আৰু গোপনে মজুত নকৰিব; ৰিজাৰ্ভ বেংক আ&# - আৰবিআই - Reserve Bank of India
78492005
প্ৰকাশ কৰা তাৰিখ নৱেম্বৰ 13, 2016
টকা নুঠাব আৰু গোপনে মজুত নকৰিব; ৰিজাৰ্ভ বেংক আৰু বেংকবোৰত সৰু মুদ্ৰাবৰ্গৰ যথেষ্ট নগদ উপলব্ধ আছেঃ আৰ বি আই
১৩ নৱেম্বৰ, ২০১৬ টকা নুঠাব আৰু গোপনে মজুত নকৰিব; ৰিজাৰ্ভ বেংক আৰু বেংকবোৰত সৰু মুদ্ৰাবৰ্গৰ ৰিজাৰ্ভ বেংকে ৰাইজক আস্বস্ত কৰি কয় যে ক্ষুদ্ৰ মুদ্ৰাবৰ্গৰ যথেষ্ট নগদ টকা ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বেংকবিলাকত পাব পৰাকৈ আছে। ৰিজাৰ্ভ বেংকে ৰাইজক শংকিত নহবলৈ; টকা উঠোৱা আৰু গোপনে মজুত কৰাৰ মানসেৰে বাৰম্বাৰ বেংকবোৰলৈ নাহিবলৈ ৰাইজক আহ্বান জনাইছে। ৰাইজে বিচৰা মতে দিব পৰাকৈ নগদ টকা সাজু আছে। আল্পনা কিল্লাৱালা প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৯৪ |
प्ले हो रहा है
শুনি আছে
এই পৃষ্ঠাটো সহায়ক আছিল নে?