RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78482285

ই এছ এ এফ স্মল ফাইনেন্স বেংক লিমিটেডে সঞ্চালন আৰম্ভ কৰিছে

১০ মাৰ্চ, ২০১৭

ই এছ এ এফ স্মল ফাইনেন্স বেংক লিমিটেডে সঞ্চালন আৰম্ভ কৰিছে

ই এছ এ এফ স্মল ফাইনেন্স বেংক লিমিটেডে ১০ মাৰ্চ, ২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ এটা ক্ষুদ্ৰ বিত্ত বেংক হিচাপে সঞ্চালন আৰম্ভ কৰিছে। ভাৰতত এটা ক্ষুদ্ৰ বিত্ত বেংকৰ ব্যৱসায় চলাবলৈ ৰিজাৰ্ভ বেংকে বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ২২(১)ৰ অন্তৰ্গত বেংকটোক এখন অনুজ্ঞাপত্ৰ জাৰি কৰিছে।

ই এছ এ এফ মাইক্ৰ ফাইনেন্স এণ্ড ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেড, চেন্নাই, দহ আবেদনকাৰীৰ অন্যতম আছিল যাক Press Release on September 16, 2015 ত ঘোষণা কৰা মতে এটা ক্ষুদ্ৰ বিত্ত বেংক স্থাপনৰ বাবে নীতিগত অনুমোদন জাৰি কৰা হৈছিল।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪২২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?