Page
Official Website of Reserve Bank of India
136314628
প্ৰকাশ কৰা তাৰিখ
এপ্ৰিল 20, 2017
ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় সূচীৰ পৰা কে বি চি বেংক এন.ভি.ৰ বহিৰ্ভুক্তি
আৰ বি আই/২০১৬-১৭/২৮৮ ২০ এপ্ৰিল, ২০১৭ সকলো সূচীভূক্ত বাণিজ্যিক বেংক মহাশয়/মহাশয়া, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় সূচীৰ পৰা কে বি চি বেংক এন.ভি.ৰ বহিৰ্ভুক্তি আমি জ্ঞাপন দিওঁ যে অধিসূচনা ডিবিআৰ.আইবিডি.নং ১৬১৩৭/২৩.১৩.০৭৭/২০১৫-১৬ দিনাংক ২৪ জুন,২০১৬যোগে আৰু ভাৰতৰ ৰাজপত্ৰ (অংশ ৩ শাখা ৪) দিনাংক ২৭ আগষ্ট – ২ ছেপ্টেম্বৰ,২০১৬ত প্ৰকাশিত মতে, কেবিচি বেংক এন.ভি.ক ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় সূচীৰ পৰা বহিৰ্ভূত কৰা হৈছে। আপোনাৰ বিশ্বাসী (এম. জি. সুপ্ৰভাত) |
प्ले हो रहा है
শুনি আছে
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:
এই পৃষ্ঠাটো সহায়ক আছিল নে?