৭ ডিচেম্বৰ, ২০১৬ তাৰিখে বিয়লি ২.৩০ বজাত পঞ্চম দ - আৰবিআই - Reserve Bank of India
78493718
প্ৰকাশ কৰা তাৰিখ ডিচেম্বৰ 02, 2016
৭ ডিচেম্বৰ, ২০১৬ তাৰিখে বিয়লি ২.৩০ বজাত পঞ্চম দ্বিমাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণ ২০১৬-১৭
২ ডিচেম্বৰ, ২০১৬ ৭ ডিচেম্বৰ, ২০১৬ তাৰিখে বিয়লি ২.৩০ বজাত পঞ্চম দ্বিমাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণ ২০১৬-১৭ ২০১৬-১৭ৰ বাবে পঞ্চম দ্বিমাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণৰ কাৰণে ৬ আৰু ৭ ডিচেম্বৰ, ২০১৬ত মৌদ্ৰিক নীতি কমিটী (এম পি চি)ৰ বৈঠক অনুষ্ঠিত হব। এম পি চিৰ প্ৰস্তাৱসমূহ ৭ ডিচেম্বৰ, ২০১৬ৰ বিয়লি আঢ়ৈ বজাত ৱেবছাইটত স্থাপন কৰা হব। (আল্পনা কিল্লাৱালা) প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৩৮৭ |
प्ले हो रहा है
শুনি আছে
এই পৃষ্ঠাটো সহায়ক আছিল নে?