RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493548

বিত্তীয় সাক্ষৰতা কেন্দ্ৰ - সংশোধিত ৰিপোৰ্টিং ফৰ্মেট

RBI/2016-17/40
FIDD.FLC.BC.No.12/12.01.018/2016-17

২৫ আগষ্ট, ২০১৬

প্ৰতিঃ অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া
অনুসূচিত বাণিজ্যিক বেংকসমূহ
(RRB সমূহকে ধৰি)

মহাশয়/মহাশয়া

বিত্তীয় সাক্ষৰতা কেন্দ্ৰ - সংশোধিত ৰিপোৰ্টিং ফৰ্মেট

বিত্তীয় সাক্ষৰতা কেন্দ্ৰ (FLC) – সংশোধিত নিৰ্দেশনামা আৰু তাৰ লগত সংলগ্ন কৰি দিয়া FLC আৰু বেংকৰ গ্ৰামীণ শাখাৰ বাবে ৰিপোৰ্টিং কাৰ্যপ্ৰণালী (সংযোজন III- অংশ A, B আৰু C) সম্পৰ্কীয় আমাৰ চাৰ্কুলাৰ FIDD. FLC.BC. No. 18/12.01.018/2015-16 দিনাংক 14 জানুৱাৰী, 2016 উনুকিয়ায় যেন।

এই সন্দৰ্ভত সংযোজন (অংশ A, অংশ B, অংশ C, অংশ D) অনুযায়ী ৰিপোৰ্টিং ফৰ্মেট সংশোধিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। মাৰ্গ দৰ্শনৰ বাবে ফৰ্মেটটোত নমুনা প্ৰৱিষ্টি ভৰোৱা হৈছে। SLBC/UTLBC সমূহে চেপ্তেম্বৰ, 2016ত শেষ হোৱা ত্ৰিমাসিকৰ পৰা আৰম্ভ কৰি, ত্ৰৈমাসিকটো শেষ হোৱাৰ 20 দিনৰ ভিতৰত RBIৰ সংশ্লিষ্ট আঞ্চলিক কাৰ্যালয়ত ত্ৰৈমাসিক ভিত্তিত সংলগ্ন এক্সেল-শ্বীট দাখিল কৰিব।

আপোনাৰ বিশ্বাসী,
স্বাক্ষৰ

(এ. উদগাটা)
প্ৰধান মুখ্য প্ৰৱন্ধক

সংলগ্নঃ ওপৰত উল্লেখ মতে

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক