RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493192

প্ৰথম দ্বিমাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণ, ২০১৭-১৮
৬ এপ্ৰিল, ২০১৭ৰ ২.৩০ বজাত

৩ এপ্ৰিল, ২০১৭

প্ৰথম দ্বিমাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণ, ২০১৭-১৮
৬ এপ্ৰিল, ২০১৭ৰ ২.৩০ বজাত

২০১৭-১৮ বৰ্ষৰ বাবে প্ৰথম দ্বিমাসিক মৌদ্ৰিক নীতি প্ৰবিৱৰণৰ কাৰণে ৫ এপ্ৰিল আৰু ৬ এপ্ৰিল,২০১৭ত মৌদ্ৰিক নীতি সমিতি (এম পি চি) মিলিত হব। ৬ এপ্ৰিল,২০১৭ৰ ২.৩০ বজাত এম পি চিৰ প্ৰস্তাৱটো ৱেবছাইটত প্লেচ কৰা হব।

জোস জে. কট্টুৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-২০১৭/২৬৫০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?