RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

136317810

মণিপুৰত সাতখন নতুন জিলাৰ গঠন – লীড বেংকৰ দায়িত্ব ন্যস্ত

আৰ বি আই/২০১৬-১৭/২৪৮
এফআইডিচি.চিঅ’.এলবিএছ.বিচি নং ২৩/০২.০৮.০০১/২০১৬-১৭

৯ মাৰ্চ, ২০১৭

অধ্যক্ষ তথা পৰিচালন সঞ্চালকসকল,
সকলো লীড বেংক

মহাশয়/মহাশয়া,

মণিপুৰত সাতখন নতুন জিলাৰ গঠন – লীড বেংকৰ দায়িত্ব ন্যস্ত

মণিপুৰ চৰকাৰে ৰাজপত্ৰ অধিসূচনা দিনাংক ৮ ডিচেম্বৰ, ২০১৬ যোগে মণিপুৰ ৰাজ্যত সাতখন নতুন জিলা গঠনৰ জ্ঞাপন কৰিছিল। সাতখন নতুন জিলাৰ লীড বেংকৰ দায়িত্ব তলত বৰ্ণোৱা মতে ন্যস্ত কৰিবলৈ সিদ্ধান্ত লোৱা হ’লঃ

ক্ৰমিক নং নতুনকৈ কাটি উলিওৱা জিলা পূৰ্বৰ জিলা নতুন জিলাৰ অন্তৰ্গত মহকুমা লীড বেংকৰ দায়িত্ব ন্যস্ত বেংক নতুন জিলাক কাৰ্য কৰা ডিষ্ট্ৰিক্ট ৱৰ্কিং ক’ড
১. ইম্ফল ইষ্ট ইম্ফল ইষ্ট পৰমপাট
কেইৰাও বিট্ৰা আৰু চাৱমবুং
ইউনাইটেড বেংক অব ইণ্ডিয়া ১৫১
২. জিৰিবাম ইম্ফল ইষ্ট জিৰিবাম আৰু বৰবেক্ৰা ইউনাইটেড বেংক অব ইণ্ডিয়া ৩৮৭
৩. সেনাপতি সেনাপতি টাডুবি
পাওমাতা
পুৰুল
উইল্লুং
চিলিভাই
ফাইবুং
টুইজাং
ৱাইচং
চংচং আৰু
লাইৰৌচিং
  ১৫০
৪. কাংপকপি সেনাপতি কাংপকপি
চম্পাই
সাইতু
গামফাজল
কাংচুপ, গেলজাং, মাইকুল, লুংটিন, আইলেণ্ড আৰু বুংটে চিৰু
ষ্টেট বেংক অব ইণ্ডিয়া ৩৮৮
৫. থৌবাল থৌবাল থৌবাল আৰু লিলং ষ্টেট বেংক অব ইণ্ডিয়া ১৫৩
৬. কাকচিং থৌবাল কাকচিং আৰু ৰাইবং ষ্টেট বেংক অব ইণ্ডিয়া ৩৮৯
৭. চান্দেল চান্দেল চান্দেল, চাকপিকাৰং আৰু খেংজয় ষ্টেট বেংক অব ইণ্ডিয়া ১৫৭
৮. টংনৌপাল চান্দেল মাচি, মৰে আৰু টেংনৌপাল ইউনাইটেড বেংক অব ইণ্ডিয়া ৩৯১
৯. উখ্ৰুল উখ্ৰুল উখ্ৰুল, লুংচুং, মাইফাই, চিংগাই জেচ্ছামি ইউনাইটেড বেংক অব ইণ্ডিয়া ১৫৪
১০. কামজং উখ্ৰুল কামজং, চাহামপুং, কাৰ্সম, খুল্লেন আৰু ফুংয়াৰ ইউনাইটেড বেংক অব ইণ্ডিয়া ৩৯২
১১. চুৰাচান্দপুৰ চুৰাচান্দপুৰ চুৰাচান্দপুৰ, সাংগাইকট
টুইবুঅং
মুৱাল নুৱাম
সিংগাট
হাংলেপ
কাংভাই
সামুলামিয়াল
আৰু
সাইকট
   
১২. ফেৰজাৱাল চুৰাচান্দপুৰ ফেৰজাওল
থানলন
পাৰ্বুল
টিপাইমুখ
বাংগাই
ৰাংগে
ষ্টেট বেংক অব ইণ্ডিয়া ৩৯৩
১৩. টামেংলং টামেংলং টামেংলং
টামেই আৰু
টোচেম
ইউনাইটেড বেংক অব ইণ্ডিয়া ১৫৬
১৪. ননেই টামেংলং নুংবা
খৌপুম
লপমেই (নংনেই) আৰু
হাওচং
ইউনাইটেড বেংক অব ইণ্ডিয়া ৩৯৪

২. অদ্যোপৰি, বেংকবোৰৰ দ্বাৰা বিএছআৰ ৰিপৰ্টিঙৰ উদ্দেশ্যত নতুন জিলাবোৰৰ ডিষ্ট্ৰিক্ট ৱৰ্কিং কডবোৰ ধাৰ্য কৰা হৈছে।

৩. মণিপুৰ ৰাজ্যত পূৰ্বৰ জিলাসমূহৰ লীড বেংক দায়িত্ববোৰ অপৰিৱৰ্তিত থাকিব।

আপোনাৰ বিশ্বাসী,

(অজয় কুমাৰ মিশ্ৰ)
মুখ্য মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?