তেলেংগানা ৰাজ্যত একৈশখন নতুন জিলা গঠন – লীড বেংকৰ দায়িত্ব ন্যস্ত
আৰ বি আই/২০১৬-১৭/২২৭ ১৬ ফেব্ৰুৱাৰী, ২০১৭ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকসকল মহোদয়/মহোদয়া, তেলেংগানা ৰাজ্যত একৈশখন নতুন জিলা গঠন – লীড বেংকৰ দায়িত্ব ন্যস্ত তেলেংগানা চৰকাৰে ৰাজপত্ৰিত অধিসূচনা দিনাংক ১১ অক্টোবৰ, ২০১৬যোগে তেলেংগানা ৰাজ্যত একৈশখন নতুন জিলা গঠনৰ সূচনা দিছিল। এই একৈশখন নতুন জিলাৰ লীড বেংকৰ দায়িত্ব তলত উল্লেখ কৰা মতে ন্যস্ত কৰিবলৈ সিদ্ধান্ত লোৱা হ’ল-
২. অদ্যাপৰি, বেংকবিলাকৰ দ্বাৰা বি এছ আৰ ৰিপোৰ্টিঙৰ উদ্দেশ্যত নতুন জিলাবোৰৰ ডিষ্ট্ৰিক্ট ৱৰ্কিং কডো ধাৰ্য কৰা হৈছে। ৩. তেলেংগানা ৰাজ্যত পূৰ্বৰ জিলাবোৰৰ লীড বেংকৰ দায়িত্বসমূহ অপৰিৱৰ্ত্তিত আছে। আপোনাৰ বিশ্বাসী, (অজয় কুমাৰ মিশ্ৰ) |
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: