RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78503419

ড: প্ৰসন্ন কুমাৰ মহান্তি আৰু শ্ৰী দিলীপ এস. সাংৱীক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চেন্ট্ৰেল বোৰ্ডলৈ ভাৰত চৰকাৰৰ মনোনয়ণ

১ ফেব্ৰুৱাৰী, ২০১৮

ড: প্ৰসন্ন কুমাৰ মহান্তি আৰু শ্ৰী দিলীপ এস. সাংৱীক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ
চেন্ট্ৰেল বোৰ্ডলৈ ভাৰত চৰকাৰৰ মনোনয়ণ

ভাৰতীয় ৰিজাৰ্ভ বেংক আইনৰ ৮ নং ধাৰাৰ উপধাৰা (১)ৰ দফা (b) য়ে প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি যথাক্ৰমে ফেব্ৰুৱাৰী ০৮, ২০২১ আৰু মাৰ্চ ১০, ২০২১ তাৰিখৰ সময় সীমালৈ বা পৰৱৰ্তী জাননী নিদিয়ালৈ, যিটো আগত হয়, কেন্দ্ৰীয় চৰকাৰে ড: প্ৰসন্ন কুমাৰ মহান্তি আৰু শ্ৰী দিলীপ এছ সাংৱীক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চেন্ট্ৰেল বোৰ্ডলৈ মনোনীত কৰিছে।

জোচ জে কট্টুৰ
মুখ্য মহাপ্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি : ২০১৭-২০১৮/২০৯৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?