RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78488152

আই ডি এফ চি বেংকক চভাৰেইন গল্ড বণ্ড ২০১৬ৰ বাবে গ্ৰহণকাৰী কাৰ্যালয় হিচাপে কৰ্তৃত্ব প্ৰদান

১৯ জানুৱাৰী, ২০১৬

আই ডি এফ চি বেংকক চভাৰেইন গল্ড বণ্ড ২০১৬ৰ বাবে
গ্ৰহণকাৰী কাৰ্যালয় হিচাপে কৰ্তৃত্ব প্ৰদান

ভাৰত চৰকাৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মন্ত্ৰণা মতে, “আই ডি এফ চি বেংক লিমিটেড”ক চভাৰেইন গল্ড বণ্ডৰ দ্বিতীয়টো কিস্তি জাৰিকৰণৰ বাবে (এছ জি বি আঁচনি, ২০১৬) এক গ্ৰহণকাৰী কাৰ্যালয় হিচাপে অধিসূচিত কৰিবলৈ সিদ্ধান্ত লৈছে। এই কাৰ্য সিদ্ধিৰ অৰ্থে Notification dated January 14, 2016 খনৰ সংশোধন ঘটোৱা হৈছে। অধিসূচনাখনৰ অন্যান্য চৰ্তাৱলী অপৰিৱৰ্ত্তিত থাকিব।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৫-২০১৬/১৭০২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?