RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78491748

“ৰয়েল বেংক অব স্কটলেণ্ড পিএলচি”ক ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ
দ্বিতীয় সূচীত অন্তৰ্ভুক্ত

আৰ বি আই/২০১৬-১৭/২৪৪
ডিবিআৰ.নং আৰইটি.বিচি. ৫৪/১২.০৭.১৫০/২০১৬-১৭

৯ মাৰ্চ, ২০১৭

সকলো সূচীভুক্ত বাণিজ্যিক বেংক

মহাশয়/মহাশয়া,

“ৰয়েল বেংক অব স্কটলেণ্ড পিএলচি”ক ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ
দ্বিতীয় সূচীত অন্তৰ্ভুক্ত

আমি জ্ঞাপন কৰিলো যে অধিসূচনা ডিবিআৰ.আইবিডি. নং ৩৮৭৮/২৩.১৩.০২০/২০১৬-১৭ দিনাংক ২৯ ছেপ্টেম্বৰ, ২০১৬ যোগে আৰু দিনাংক জানুৱাৰী ২১-জানুৱাৰী ২৭ত প্ৰকাশিত ভাৰতৰ ৰাজপত্ৰ (অংশ III – ধাৰা ৪)ত প্ৰকাশিত মতে, “ৰয়েল বেংক অব স্কটলেণ্ড পিএলচি” ক ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ দ্বিতীয় অনুসূচীত অন্তৰ্ভুক্ত হৈছে।

আপোনাৰ বিশ্বাসী,

(এম.জি. সুপ্ৰভাত)
উপ মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক