RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493773

ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক লিমিটেডে সঞ্চালন আৰম্ভ কৰিছে

৩০ জানুৱাৰী, ২০১৭

ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক লিমিটেডে সঞ্চালন আৰম্ভ কৰিছে

ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক লিমিটেডে ৩০ জানুৱাৰী, ২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰদান কৰা বেংক হিচাপে সঞ্চালন আৰম্ভ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ২২(১)ৰ অধীনত ভাৰতত প্ৰদান পেমেণ্টছ বেংকৰ ব্যৱসায় চলাবলৈ বেংকটোক এখন অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে।

ডাক বিভাগ, ১১ আবেদনকাৰীৰ অন্যতম আছিল যাক Press Release on August 19, 2015 ত ঘোষণা কৰা মতে প্ৰদান পেমেণ্টছ বেংক এটা স্থাপনৰ কাৰণে নীতিগত অনুমোদন জাৰি কৰা হৈছিল।

অনিৰূদ্ধ ডি যাধৱ
সহকাৰী পৰিচালক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২০৩০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?