RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78493993

ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ বাবে সুদৰ হাৰ

আৰ বি আই/২০১৬-১৭/২২৫
ডি জি বি এ. জি এ ডি. ২০১২/১৫.০২.০০৫/২০১৬-১৭

৯ ফেব্ৰুৱাৰী, ২০১৭

অধ্যক্ষ/মুখ্য কাৰ্যবাহী বিষয়া
ৰাজহুৱা ভৱিষ্য নিধি, কিষাণ বিকাশ পত্ৰ-২০১৪,
সুকন্যা সমৃদ্ধি একাউণ্ট, জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি-২০০৪
ব্যৱসায়িক লেনদেন কৰা এজেন্সি বেংকসমূহ

মহাশয়,

ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ বাবে সুদৰ হাৰ

ওপৰোক্ত বিষয় সম্পৰ্কীয় আমাৰ circular DGBA.GAD.881/15.02.050/2016-17 dated October 13, 2016 ৰ সন্দৰ্ভলৈ লখ্য কৰে যেন। ভাৰত চৰকাৰে তেওঁলোকৰ কাৰ্যালয় টোকা (OM) নং এফ.নং ১/০৪/২০১৬-এন.এছ দ্বিতীয় দিনাংক ৩০ ডিচেম্বৰ,২০১৬যোগে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকৰ বাবে বিভিন্ন ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ সুদৰ হাৰৰ দিহা দিছিল। (Copy enclosed)

২. আৱশ্যকীয় কাৰ্যব্যৱস্থাৰ বাবে এই চাৰ্কুলাৰৰ বিষয়বস্তু, চৰকাৰী ক্ষুদ্ৰ সঞ্চয়ৰ আঁচনিবোৰ পৰিচালনা কৰা আপোনাৰ বেংকৰ শাখাসমূহৰ দৃষ্টিগোচৰ কৰিব। এই আঁচনিসমূহ গ্ৰাহকসকলৰ অৱগতিৰ বাবে আপোনাৰ শাখাসমূহৰ নটিছ বোৰ্ডতো এইবিলাক প্ৰদৰ্শন কৰিব।

আপোনাৰ বিশ্বাসী,

(ভি. এছ. প্ৰাজিশ)
সহকাৰী মহা প্ৰৱন্ধক

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?