RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78481169

ৰাষ্ট্ৰীয় বৈদ্যুতিন পুঁজি স্থানান্তৰণ (এন ই এফ টি) প্ৰণালীত অতিৰিক্ত খেপৰ প্ৰৱৰ্তন

৮ মে’,২০১৭

ৰাষ্ট্ৰীয় বৈদ্যুতিন পুঁজি স্থানান্তৰণ (এন ই এফ টি) প্ৰণালীত অতিৰিক্ত খেপৰ প্ৰৱৰ্তন

ভাৰতীয় ৰিজাৰ্ভ বেংকে, ইয়াৰ First Bi-Monthly Monetary Policy Statement for 2017-18ত, NEFT প্ৰণালীটোত কাৰ্যদক্ষতা বৃদ্ধি আৰু গ্ৰাহক সূচলতাত সংযোগৰ কাৰণে অতিৰিক্ত বন্দোবস্তি খেপ প্ৰৱৰ্তন ঘোষণা কৰিছিল। ১০ জুলাই, ২০১৭ (সোমবাৰ)ৰ পৰা পুৱা ৮.৩০, ৯,৩০, ১০,৩০ বজা ............. পাছবেলা ৫.৩০ আৰু ৬.৩০ বজাত, আধাঘণ্টীয়া বিৰতিৰ অন্তৰে অন্তৰে ১১টা অতিৰিক্ত বন্দোবস্তি খেপ প্ৰৱৰ্তন কৰা হ’ব, যাৰ সৈতে দিনটোত আধাঘণ্টীয়া বন্দোবস্তি খেপৰ মুঠ সংখ্যা ২৩টালৈ বৃদ্ধি পাব। ৮ বজাৰ আৰম্ভণিৰ খেপ আৰু সন্ধিয়া ৭ বজাৰ সামৰণি খেপটো এতিয়াৰ দৰে একেটাই থাকিব। প্ৰত্যাৱৰ্তন অনুশাসনো প্ৰচলিত প্ৰথা অনুযায়ী একেই থাকিব তদৰ্থে, বি+২ ঘণ্টা (বন্দোবস্তি খেপ সময় যোগ দুঘণ্টা)।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/৩০১০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?