RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78482313

আন্তঃসংস্থাপিত আখৰ ‘R’ সহিতে ১০০ টকীয়া বেংকনোট জাৰি

৩ ফেব্ৰুৱাৰী, ২০১৭

আন্তঃসংস্থাপিত আখৰ ‘R’ সহিতে ১০০ টকীয়া বেংকনোট জাৰি

ভাৰতীয় ৰিজাৰ্ভ বেংকে, উভয় সংখ্যাসূচীত আন্তঃসংস্থাপিত আখৰ ‘R’ সহিতে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত্ আৰ পেটেলৰ স্বাক্ষৰ সম্বলিত আৰু বেংকনোটৰ সিপিঠিত ‘2017’ ছপা বৰ্ষৰ ছাপ থকা, মহাত্মা গান্ধী শৃংখলা ২০০৫ত ১০০ টকীয়া বেংকনোট অলপতে জাৰি কৰিব।

এতিয়া জাৰি কৰিবলগীয়া এই বেংক নোটবোৰৰ আৰ্হি সকলো দিশতে, ইতিপূৰ্বে মহাত্মা গান্ধী শৃংখলা-২০০৫ত জাৰি কৰা সংখ্যাসূচীবোৰত ক্ৰমবৰ্দ্ধমান আকাৰত সংখ্যাৰে ৰক্তিম ৰেখা আৰু সমুখ পিঠিত বৰ্ধিত চিনাক্তকৰণ চিহ্নবিশিষ্ট ১০০ টকীয়া বেংকনোটবোৰৰ সদৃশ হ’ব। (সন্দৰ্ভঃ Press Release No. 2016-2017/1427 dated December 6, 2016)।

ৰিজাৰ্ভ বেংকে পূৰ্বতে জাৰি কৰা ১০০ টকা মুদ্ৰাবৰ্গৰ সকলো বেংকনোট বৈধ মুদ্ৰা হৈ থাকিব।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২০৮৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?