RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78489472

আন্তঃসংস্থাপিত আখৰ ‘L’ৰে, নম্বৰ সূচীত ক্ৰমবৰ্দ্ধমান আকাৰৰ সংখ্যাৰে সৈতে আৰু মুদ্ৰাংকন বৰ্জিত ছপাৰে ২০ টকীয়া বেংকনোট জাৰি

৪ ডিচেম্বৰ, ২০১৬

আন্তঃসংস্থাপিত আখৰ ‘L’ৰে, নম্বৰ সূচীত ক্ৰমবৰ্দ্ধমান আকাৰৰ সংখ্যাৰে সৈতে আৰু মুদ্ৰাংকন বৰ্জিত ছপাৰে ২০ টকীয়া বেংকনোট জাৰি

ভাৰতীয় ৰিজাৰ্ভ বেংকে অনতিপলমে উভয় সংখ্যাসূচীত আন্তঃসংস্থাপিত আখৰ ‘L’ সহিতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত আৰ. পেটেলৰ স্বাক্ষৰ সম্বলিত আৰু বেংক নোটৰ ওলোটা পিঠিত ছপাবৰ্ষ ২০১৬ ছপা কৰা, মহাত্মা গান্ধীৰ শৃংখলা-২০০৫ত ২০ টকা মুদ্ৰাবৰ্গৰ বেংক নোট জাৰি কৰিব।

উভয় সংখ্যাসূচীত ক্ৰমবৰ্দ্ধমান আকাৰৰ সংখ্যাৰে আৰু Press Release No.2016-17/1004 যোগে পূৰ্বে জাৰি কৰা মহাত্মা গান্ধী শৃংখলা-২০০৫ত থকা মুদ্ৰাংকন ছপা অবিহনে থকা বেংক নোটবোৰৰ দৰে এইবোৰ বেংকনোটৰ আৰ্হি আৰু সুৰক্ষাবৈশিষ্ট্য অনুৰূপ হব।

২০ টকা মুদ্ৰাবৰ্গত বেংকে পূৰ্বে জাৰি কৰা সকলো বেংক নোট বৈধ পত্ৰমুদ্ৰা হৈ থাকিব।

(আল্পনা কিল্লাৱালা)
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৪০২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?