RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78496609

আন্তঃসংস্থাপিত অক্ষৰ অবিহনে সংখ্যাসূচীত ক্ৰমবৰ্দ্ধমান আকাৰৰ সংখ্যাৰে আৰু মুদ্ৰাংকন ছাপ অবিহনে ২০ টকীয়া বেংকনোট জাৰি

২৯ ডিচেম্বৰ, ২০১৬

আন্তঃসংস্থাপিত অক্ষৰ অবিহনে সংখ্যাসূচীত ক্ৰমবৰ্দ্ধমান আকাৰৰ সংখ্যাৰে আৰু মুদ্ৰাংকন ছাপ
অবিহনে ২০ টকীয়া বেংকনোট জাৰি

ভাৰতীয় ৰিজাৰ্ভ বেংকে অনতিপলমে মহাত্মা গান্ধী শৃংখলা-২০০৫ত উভয় সংখ্যাসূচীত আন্তঃসংস্থাপিত অক্ষৰ অবিহনে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলৰ স্বাক্ষৰ সম্বলিত আৰু বেংকনোটৰ সিপিঠিত ছপাবৰ্ষ ‘2016’ ছপা কৰা ২০ টকা মুদ্ৰাবৰ্গৰ বেংকনোট জাৰি কৰিব।

এতিয়া জাৰি কৰিবলগীয়া এই বেংকনোটবোৰৰ আৰ্হি আৰু নিৰাপত্তা বৈশিষ্ট্যসমূহ, উভয় সংখ্যাসূচীত ক্ৰমবৰ্দ্ধমান আকাৰৰ সংখ্যাসহ মুদ্ৰাংকন ছাপ অবিহনে Press Release No.2016-2017/1402 dated December 4, 2016 যোগে জাৰি কৰা মহাত্মা গান্ধী শৃংখলা-২০০৫ৰ ২০ টকীয়া বেংকনোটবোৰৰ অনুৰূপ হব।

ৰিজাৰ্ভ বেংকে ইতিপূৰ্বে জাৰি কৰা ২০ টকা মুদ্ৰাবৰ্গৰ সকলো বেংকনোট বৈধ পত্ৰমুদ্ৰা হৈ থাকিব।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৭০০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

এই পৃষ্ঠাটো সহায়ক আছিল নে?