RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78497303

আন্তঃ সংস্থাপিত ‘R’ আখৰেৰে ৫০০ টকীয়া বেংকনোট জাৰি

১৯ ডিচেম্বৰ, ২০১৬

আন্তঃ সংস্থাপিত ‘R’ আখৰেৰে ৫০০ টকীয়া বেংকনোট জাৰি

বৰ্তমান বৈধমুদ্ৰা হিচাপে প্ৰচলিত হৈ থকা মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ৫০০ টকীয়া বেংকনোটসমূহৰ লগতে উভয় সংখ্যা সূচীত আন্তঃসংস্থাপিত ‘R’ আখৰেৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলৰ স্বাক্ষৰ সম্বলিত, ছপাবৰ্ষ ২০১৬ থকা এচাম নতুন বেংকনোট জাৰি কৰা হব।

এই নোটবোৰৰ আৰ্হি Press Release : 2016-17/1461 dated December 8, 2016 ৰ যোগে অধিসূচিত মহাত্মা গান্ধী (নতুন) শৃংখলাৰ বেংকনোটৰ সৈতে সকলো দিশত সদৃশ।

(অজিত প্ৰসাদ)
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি – ২০১৬-১৭/১৫৭৬

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?