RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78504951

জিও পেমেন্টচ বেংক লিমিটেডৰ কাৰ্য আৰম্ভনি

এপ্ৰিল ০৩, ২০১৮

জিও পেমেন্টচ বেংক লিমিটেডৰ কাৰ্য আৰম্ভনি

যোৱা এপ্ৰিল ৩, ২০১৮ তাৰিখৰ পৰা জিও পেমেনট্চ বেংক লিমিটেডে পেমেন্টচ বেংক হিচাবে কাৰ্য আৰম্ভনি কৰিছে। বেংকটোক ভাৰতত পেমেন্টচ বেংক হিচাবে কাৰ্য চলাই যাবলৈ ৰিজাৰ্ভ বেংকে বেংকিং ৰেগুলেচন এক্ট ১৯৪৯ ৰ ধাৰা ২২(১) মতে অনুজ্ঞা পত্ৰ দিছে। আগষ্ট ১৯, ২০১৫ তাৰিখৰ প্ৰেছ বিজ্ঞপ্তিত ঘোষণা কৰা মতে ৰিলায়েন্চ ইনডাচট্ৰিচ লিমিটেড, মুম্বাই ১১ জন আবেদনকাৰীৰ মাজত অন্যতম আছিল যাক পেমেন্টচ বেংক স্থাপন কৰাৰ বাবে নীতিগত অনুমোদন দিয়া হৈছিল ।

জোচ জে কট্টুৰ
মুখ্য মহাপ্ৰৱন্ধক

Press Release: 2017-2018/2617

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?