RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78496555

এন বি এফ চিয়ে নিজৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ আৰ বি আইক সমৰ্পন কৰিছে

১৪ অক্টোবৰ, ২০১৬

এন বি এফ চিয়ে নিজৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ আৰ বি আইক সমৰ্পন কৰিছে

নিম্নোক্ত এন বি এফ চিটোৱে ইয়াক আৰ বি আইয়ে দিয়া পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া আইন,১৯৩৪ৰ ধাৰা ৪৫-১ক(৬) অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, সেয়ে ইয়াৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে।

ক্ৰমিক নং কোম্পানীটোৰ নাম কাৰ্যালয় ঠিকনা চিঅআৰ নং জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ
মেচাৰ্ছ মধু মুস্কান লীজিং এণ্ড ফাইনেন্সিং প্ৰাইভেট লিমিটেড চি-৫/৩৩, এছ.ডি.এ. নিউ দিল্লী-১১০০১৬ বি-১৪. ০২০২৯ ১৮ অক্টোবৰ,২০০৭ ১৪ ছেপ্টেম্বৰ,২০১৬

এতেকে, আৰ বি আই আইন,১৯৩৪ৰ ধাৰা ৪৫কৰ দফা (ক)ত দিয়া সংজ্ঞা মতে এই কোম্পানীটোৱে এতিয়াৰে পৰা অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান হিচাপে ব্যৱসায় চলাব নোৱাৰে।

অনিৰুদ্ধ ডি. যাদৱ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/৯৩০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?